ETV Bharat / state

উত্তৰাখণ্ডত নিখোজ হোজাইৰ যুৱক

author img

By

Published : Feb 8, 2021, 5:39 PM IST

উত্তৰাখণ্ডত নিখোজ যুৱক ৷ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে কেইবাজনো যুৱক ৷ অঞ্চলজুৰি শোকৰ ছাঁ ৷

Hojai Youth Missing In Uttarkhand
উত্তৰাখণ্ডত নিখোজ হোজাইৰ যুৱক

হোজাই,8 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ হিমবাহত নিখোজ হোজাই জিলাৰ কেইবাজনো যুৱক ৷ হোজাইৰ কাকীৰ 2নং ডেৰাপথাৰ ডালু গাঁৱৰ অজিত ডালুৰ 25 বছৰীয়া পুত্ৰ সুশান্ত ডালু নিখোজ হৈ আছে ৷ দেওবাৰৰ পৰা ফোনত কোনোধৰণৰ সন্ধান পোৱা নাই যুৱকজনৰ ৷

ইফালে, নগাঁও জিলাৰ কামপুৰৰ কমল দাস আৰু তেওঁৰ ভাতৃও সন্ধানহীন হৈ আছে ৷ 2020 চনৰ অক্টোবৰ মাহত কামৰ সন্ধানত উত্তৰাখণ্ডলৈ গৈছিল যুৱক দুজন ৷ সন্ধানহীন তিনিওজন যুৱক একোটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চীনা ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে নেপালক হেঁচা বেইজিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.