ETV Bharat / state

শিলাদিত্য দেৱক উভতি ধৰিলে হোজাই জিলা RSSৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে

author img

By

Published : Jul 28, 2020, 3:39 PM IST

আৰএছএছৰ ব্যৱস্থাপকে উভটি ধৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱক ৷

শিলাদিত্য দেৱক উভতি ধৰিলে হোজাই জিলা RSSৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে
শিলাদিত্য দেৱক উভতি ধৰিলে হোজাই জিলা RSSৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে

হোজাই, 28 জুলাই : হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক এইবাৰ উভতি ধৰিলে হোজাই জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে । লংকাত এখন সংবাদমেল পাতি বিধায়কজনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় শ‍্যামল ৰক্ষিতে । উল্লেখ্য যে,কিছুদিনৰ পূৰ্বে বিধায়ক শিলাদিত্য‌ই অসমৰ আগশাৰী এটা সংবাদ মাধ্যম আৰু টিভি চেনেলৰ সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হোজাই জিলা ব্যৱস্থাপক শ্যামল ৰক্ষিতৰ বিৰুদ্ধে কৰিছিল কিছু বিস্ফোৰক মন্তব্য ।

হোজাই জিলা RSSৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতৰ সংবাদমেল

বিধায়কজনে ৰক্ষিতৰ বিৰুদ্ধে কোৱা সকলো কথা ভিত্তিহীন বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে শ্যামল ৰক্ষিতে ৷

লগতে পঢ়কঃ বন বিভাগৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.