ETV Bharat / state

হোজাই জিলাৰ ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা

author img

By

Published : Jan 4, 2020, 5:41 PM IST

নগাঁৱৰ পৰা হোজাই অভিমূখে আহি থকা অৱস্থাত দুৰ্ঘটনা পতিত হয় AS 02 H 9028 নম্বৰৰ বাহনখন ৷ ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা৷
মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা৷

হোজাই, 4 জানুৱাৰীঃ হোজাই জিলাৰ ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নগাঁৱৰ পৰা হোজাই অভিমূখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় AS 02 H 9028 নম্বৰৰ বাহনখন ৷ পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মাৰি দুৰ্ঘটনাত পতিত বাহনখনৰ চালকসহ আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ আঘাতপ্ৰাপ্ত লোক কেইজনক ততাতৈয়াকৈ লৈ যোৱা হয় হোজাইৰ হাম হস্পিতাললৈ ৷ উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা

লগতে পঢ়কঃ হাজোত অবৈধ সুৰাৰসহ আটক দুই ব্যৱসায়ী

Intro:হোজাই জিলাৰ ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা৷Body:হোজাই জিলাৰ ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা৷

নগাঁওৰ পৰা হোজাই অভিমূখে আহি থকা AS 02 H 9024 নম্বৰৰ বাহনখন দূৰ্ঘটনাত পতিত৷

পথৰ দাতিত ৰেলিঙত খুন্দা মাৰি দূৰ্ঘটনাত পতিত বাহনখনৰ চালক সহ আন দুজন লোক গুৰুতৰভাৱে আহত৷

লোক কেইজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ হোজাই হাম হস্পিতাললৈ লৈ যায়।

ঘন কুঁৱলীৰ বাবেই দূৰ্ঘটনাটো হোৱাৰ সন্দেহ ৰাইজৰ ।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.