হোজাই, 29 মাৰ্চ : লক ডাউন সফল কৰি তুলিবলৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে হোজাই আৰক্ষী প্ৰশাসনে । গাওঁ সমূহত ন্যায্য মূল্যত শাক-পাচলিৰ লগতে আলু পিয়াঁজ যোগান ধৰিছে হোজাই আৰক্ষীয়ে।
![হোজাই আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojailockdown_29032020180850_2903f_1585485530_645.jpg)
সোমবাৰে হোজাই আৰক্ষীয়ে লস্কৰপথাৰ ,খাৰিখানা ,লালংডুবি,শ্যামবাৰী,উদালীকে ধৰি লংকাৰ 10 খন গাঁৱত খাদ্যসামগ্ৰী যোগান ধৰে ৷
![হোজাই আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojailockdown_29032020180850_2903f_1585485530_650.jpg)