ETV Bharat / state

লংকাত অবৈধ মাৰণাস্ত্ৰ জব্দ

আৰক্ষীৰ অভিযানত উদ্ধাৰ পইন্ট 22 পিষ্টল সহ ৯ জাই গুলী ।

লংকাত অবৈধ মাৰণাস্ত্ৰ জব্দ
author img

By

Published : Sep 3, 2019, 2:32 PM IST

হোজাই, 3 ছেপ্তেম্বৰ:

  • হোজাই জিলাৰ লংকাৰ বৰদলঙত অবৈধ মাৰণাস্ত্ৰ জব্দ
  • চেহাজ উদ্দিন নাম এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ পইন্ট 22 পিষ্টলসহ ৯ জাই গুলী
  • অপৰাধমূলক কাৰ্য কলাপ সংঘটিত‌ কৰাৰ উদ্দেশ্যেৰে ডিমাপুৰৰ পৰা কিনিছিল এই অবৈধ অবৈধ মাৰণাস্ত্ৰ
  • হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ নেতৃত্বত লংকা আৰক্ষীৰ এটা দলৰ অভিযান
    লংকাত অবৈধ মাৰণাস্ত্ৰ জব্দ
  • এখন নাওত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ পিষ্টলটো
  • অভিযুক্ত চেহাজ উদ্দিনৰ পলায়ন

হোজাই, 3 ছেপ্তেম্বৰ:

  • হোজাই জিলাৰ লংকাৰ বৰদলঙত অবৈধ মাৰণাস্ত্ৰ জব্দ
  • চেহাজ উদ্দিন নাম এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ পইন্ট 22 পিষ্টলসহ ৯ জাই গুলী
  • অপৰাধমূলক কাৰ্য কলাপ সংঘটিত‌ কৰাৰ উদ্দেশ্যেৰে ডিমাপুৰৰ পৰা কিনিছিল এই অবৈধ অবৈধ মাৰণাস্ত্ৰ
  • হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ নেতৃত্বত লংকা আৰক্ষীৰ এটা দলৰ অভিযান
    লংকাত অবৈধ মাৰণাস্ত্ৰ জব্দ
  • এখন নাওত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ পিষ্টলটো
  • অভিযুক্ত চেহাজ উদ্দিনৰ পলায়ন
Intro:হোজাই জিলা লংকাৰ বৰদলঙত আৰক্ষীৰ অভিযানত অবৈধ মাৰাণাস্ৰ জব্দ ।Body:হোজাই জিলা লংকাৰ বৰদলঙত আৰক্ষীৰ অভিযানত অবৈধ মাৰাণাস্ৰ জব্দ ।

চেহাজ উদ্দিনৰ বাসগৃহৰ পৰা উদ্ধাৰ .22 পিষ্টল সহ ৯ জাই গুলী।

গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ এই অভিযান ।

অপৰাধ মূলক কাৰ্য কলাপ সংঘটিত‌ কৰাৰ উদ্দেশ্যেৰে ডিমাপুৰৰ পৰা অবৈধ মাৰাণাস্ৰ ক্ৰয় কৰাৰ গোপন খবৰৰ ভিত্তিত লংকা আৰক্ষীয়ে অভিযান চলাই অবৈধ মাৰাণাস্ৰৰ লগতে সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।লংকাৰ বৰদলঙৰ চেহাজ উদ্দিন নামৰ লোকজনৰ বাসগৃহত লুকুৱাই ৰখা অৱস্থাত .22 পিষ্টল সহ ৯ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।ঘটনা অনুসৰি,হোজাই জিলা লংকা আৰক্ষী থানাৰ অন্তৰ্গত বৰদলঙৰ চেহাজ উদ্দিনে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি নিজা বাসগৃহত লুকুৱাই ৰখাৰ খবৰ গোপন সূত্ৰে লাভ কৰিছিল লংকা আৰক্ষীয়ে ।আৰু সেই খবৰৰ ভিত্তিতেই হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ নেতৃত্বত লংকা আৰক্ষীৰ এটা দলে সোমবাৰে নিশা চেহাজ উদ্দিনৰ বাসগৃহত অভিযান চলায়‌।অভিযানৰ সময়তে ঘৰৰ চৌহদত এখন নাঁৱত লুকুৱাই থোৱা অৱস্থাত .22 পিষ্টল সহ ৯ জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় যদিও ইতিপূৰ্বে চেহাজ উদ্দিনে ঘৰৰ পৰা পলায়ন কৰে‌।ইতিমধ্যে,আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে ।

Byte.Lanka OC



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.