ETV Bharat / state

ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ খাদ্য সামগ্ৰী বিতৰণ - ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখা

ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ তৰফৰ পৰা প্ৰায় ৩৫০ জন দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ । লামডিঙৰ ব্ৰিক ফিল্ড,হৰলংপাৰ চার্জ কলনীকে ধৰি লামডিঙৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়ায় ৷

ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ খাদ্য সামগ্ৰী বিতৰণ

author img

By

Published : Apr 16, 2020, 9:08 PM IST

হোজাই, 16 এপ্ৰিল : বৃহস্পতিবাৰে লামডিং ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাই লামডিঙৰ ব্ৰিক ফিল্ড,হৰলংপাৰ চার্জ কলনীকে ধৰি লামডিঙৰ বিভিন্ন স্থানৰ প্ৰায় ৩৫০ জন দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।

ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ খাদ্য সামগ্ৰী বিতৰণ

লক ডাউনৰ সময়ছোৱাত খাদ্য নাটনিত ভুগি থকা লামডিঙৰ এই দৰিদ্ৰ পৰিয়াল সকললৈ সাহাৰ্য আগবঢ়ায় মজদুৰ ইউনিয়ন শাখাটোৱে ৷
লগতে পঢ়ক : ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.