ETV Bharat / state

সাময়িকভাৱে অৱসৰ কাৰ্যসূচী স্থগিত হোজাইৰ বিধায়কৰ - এনাৰচিত বাংলাদেশী মুছলমানৰ নাম কৰ্তন

ক'ভিড-19ৰ সন্ত্ৰাসৰ মাজতে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে পদত্যাগ পত্ৰ দাখিল কৰা সন্দৰ্ভত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিধায়ক গৰাকীয়ে 14 জুলাইত পদত্যাগ কৰা কথা আছিল যদিও শেহতীয়া তথ্য অনুসৰি বিধায়ক গৰাকীয়ে পদত্যাগ পত্ৰ দাখিলৰ সময় 1 সপ্তাহৰ বাবে স্থগিত কৰিছে ৷ জানিব পৰা মতে,কেন্দ্ৰীয় নেতৃবৃন্দই বিধায়ক গৰাকীয়ে শিলাদিত্যৰ পৰা 1 সপ্তাহৰ ভিতৰত বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে অৱসৰ কাৰ্যসূচী স্থগিত ৰখা বুলি জানিবলৈ দিয়ে ৷

Hojai MLA Shiladitya Dev Announces Not Retirement From BJP
সাময়িকভাবে অৱসৰ কাৰ্যসূচী স্থগিত হোজাইৰ বিধায়কৰ
author img

By

Published : Jul 14, 2020, 7:22 PM IST

হোজাই, 14 জুলাই : ক'ভিড-19ৰ সন্ত্ৰাসৰ মাজতে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে পদত্যাগ পত্ৰ দাখিল কৰা সন্দৰ্ভত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইতিমধ্যে,হোজাইৰ বিজেপি কৰ্মকৰ্তাৰ লগতে দলীয় বিষয়া-কৰ্মচাৰীয়ে এই সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

সাময়িকভাবে অৱসৰ কাৰ্যসূচী স্থগিত হোজাইৰ বিধায়কৰ

13 জুলাইত হোজাই জিলাৰ বিজেপি কৰ্মকৰ্তাই এক সংবাদমেল যোগে বিধায়ক শিলাদিত্যই পদত্যাগ কৰা সন্দৰ্ভত জিলা বিজেপিক কোনো ধৰণৰ বিষয় অৱগত নকৰা বুলিও স্পষ্ট কৰাৰ লগতে বিধায়ক গৰাকীৰ বহু কেইটা বিষয় কটাক্ষ কৰিছিল প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সভাপতি গৰাকীয়ে ৷

বিধায়ক গৰাকীয়ে 14 জুলাইত পদত্যাগ কৰা কথা আছিল যদিও শেহতীয়া তথ্য অনুসৰি বিধায়ক গৰাকীয়ে পদত্যাগ পত্ৰ দাখিলৰ সময় 1 সপ্তাহৰ বাবে স্থগিত কৰিছে ৷ জানিব পৰা মতে,কেন্দ্ৰীয় নেতৃবৃন্দই বিধায়ক গৰাকীয়ে শিলাদিত্যৰ পৰা 1 সপ্তাহৰ ভিতৰত বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে অৱসৰ কাৰ্যসূচী স্থগিত ৰখা বুলি জানিবলৈ দিয়ে ৷ লগতে, বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,এই সময়ছোৱাত দলীয় কামৰ বিৰত থাকিব ৷

Hojai MLA Shiladitya Dev Announces Not Retirement From BJP

আনহাতে,বিধায়ক গৰাকীয়ে বিভিন্ন দাবী উখাপন কৰি জনাই যে,হোজাই সমষ্টিৰ বিজেপি কৰ্মী সকল সুৰক্ষীত হ'ব লাগে ৷ লগতে,শিবিৰত থকা হিন্দু শৰণাৰ্থী সকলক মুকলি কৰাৰ লগতে,এ আৰ চিত বাংলাদেশী মুছলমানৰ নাম কৰ্তন কৰি হিন্দু বঙালীৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে । লগতে, ধলা ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে কাকপথাৰৰ সুধিৰ বিশ্বাসৰ প্ৰসংগও কৰিছে ৷

লগতে পঢ়ক : মেঘালয়ৰ উচ্চ মাধ্যমিকৰ পৰীক্ষাত শীৰ্ষস্থান দখল অসম কন্যাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.