ETV Bharat / state

হোজাইত লক ডাউন অমান্য ! - লংকা পৌৰ সভাই

লংকাৰ পাইকাৰী শাক-পাচলি আৰু মাছৰ বজাৰত পুৱাই মানুহৰ হেতা-ওপৰা ৷ লক ডাউন অমান্য কৰি বজাৰলৈ ওলাই আহিল বহু লোক ৷ আৰক্ষীৰ পহু খেদা লক ডাউন ভংগ কৰা লোকক ৷

hojai-market-during-lockdown-violance-rule-ragulations
হোজাইত লক ডাউন অমান্য !
author img

By

Published : Apr 27, 2020, 1:29 PM IST

হোজাই27এপ্ৰিলঃ সমগ্ৰ দেশজুৰি লক ডাউন অব্যাহত থকাৰ মাজতে কিছু ক্ষেত্ৰত চৰকাৰে আনিছে শিথিলতা ৷ ইপিনে ইয়াৰে সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে সোমবাৰে পুবাই দেখা গ'ল হোজাই জিলাৰ লংকাৰ পাইকাৰী শাক-পাচলি বজাৰত শ শ লোকৰ সমাগম ৷ লক ডাউন অমান্য কৰি পুৱাই গ্ৰাহক আৰু ক্ৰেতাৰ হেতাওপৰা, প্ৰতিদিনে পুৱতি নিশা ৩ বজাৰ পৰা পাইকাৰী বজাৰ খনত অগণন লোকৰ সমাগম হয়।

hojai-market-during-lockdown-violance-rule-ragulations
হোজাইত লক ডাউন অমান্য !

আনহাতে একেই দৃশ্য দেখা গ'ল লংকা চহৰত হ‘ম ডেলিভাৰি দিবলৈ অনা মাছৰ পাইকাৰী বজাৰতো পুৱাতে গ্ৰাহক আৰু ক্ৰেতাৰ ভিৰ । লংকা পৌৰ সভাই দহ জন ব্যক্তিক মাছ বিক্ৰী কৰিবলৈ অনুমতি দিছিল যদিও ৷ সেই নিৰ্দেশ অমান্য কৰি মাছ বিক্ৰী কৰা দায়িত্বত থকা লোকসকলে মাছ বিক্ৰী কৰি অহাৰ অভিযোগ সচেতন লোকৰ । বজাৰ দুখনত আৰক্ষী উপস্থিত হোৱাত লক ডাউন অমান্য কৰা ব্যক্তিসকল পলাই পত্ৰং দিয়াৰ লগতে আৰক্ষীয়ে খেদি পথায় সমাগম হৈ থকা জনসাধাৰণক ৷

হোজাইত লক ডাউন অমান্য !
লগতে পঢকঃ শিৱসাগৰত আবদ্ধ লোকসকলকঃ নিজ জিলালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.