ETV Bharat / state

ভুৱা পঞ্জীয়ন নম্বৰেৰে ফাইনেঞ্চ কোম্পানীক প্ৰৱঞ্চনা গ্ৰাহকৰ - অসম নিউজ

গাড়ীৰ কিস্তি পৰিশোধ নকৰাৰ ফলত বহুবাৰ জাননী দিয়া হৈছিল লোকজনক ৷ কিন্তু ট্ৰাকখনৰ কিস্তিৰ ধন পৰিশোধ কৰাত অসমৰ্থ হৈ আলী আহমেদে জালিয়াতিৰে ট্ৰাকৰ পঞ্জীয়ন নম্বৰ সলনি কৰে ৷

ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ
author img

By

Published : Jun 28, 2019, 2:58 PM IST

হোজাই, 28 জুনঃ ট্ৰাকৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰিব নোৱাৰি ট্ৰাকত ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰিল হোজাইৰ এগৰাকী ব্যক্তি ৷ অভিযোগ অনুসৰি, লংকাৰ উদালীৰ আলী আহমেদ নামৰ ব্যক্তি গৰাকীয়ে AS-25-BC-2675 নম্বৰৰ ট্ৰাক খন ক্ৰয় কৰাৰ পাচত গাড়ীৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰাৰ সময়ত বেমেজালিৰ সৃষ্টি কৰে ৷ গাড়ীৰ কিস্তি পৰিশোধ নকৰাৰ ফলত বহুবাৰ জাননী দিয়া হৈছিল লোকজনক ৷ কিন্তু ট্ৰাকখনৰ কিস্তিৰ ধন পৰিশোধ কৰাত অসমৰ্থ হৈ আলী আহমেদে জালিয়াতিৰে ট্ৰাকৰ পঞ্জীয়ন নম্বৰ সলনি কৰে ৷ প্ৰকৃত পঞ্জীয়ন নম্বৰৰ সলনি AS-09-AC-6432 ব্যৱহাৰ কৰি আহিছিল ব্যক্তিগৰাকীয়ে ৷ যাৰ ফলত বৃহস্পতিবাৰে গাড়ীৰ গেৰেণ্টাৰে স্থানীয় লোকৰ সহযোগত জালিয়াতিৰে নম্বৰ প্লেট সলনি কৰা ট্ৰাক খন লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।

Intro:ট্ৰাকৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰিব নোৱাৰি ট্ৰাকত ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ Body:ট্ৰাকৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰিব নোৱাৰি ট্ৰাকত ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি গেৰেন্টাৰৰ চকুত ধূলি দি অৱশেষত‌ আৰক্ষীৰ জালত পৰিল ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰা ট্ৰাকখন।অভিযোগ অনুসৰি,লংকাৰ উদালীৰ আলি আহমেদ নামৰ লোকজনে এ এছ ২৫ বি চি২৬৭৫ নম্বৰৰ‌ ট্ৰাক খন ক্ৰয় কৰাৰ পিছত গাড়ীৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰাৰ সময়ত বেমেজালিৰ সৃষ্টি কৰিছিল ।গাড়ীৰ কিস্তি পৰিশোধ নকৰাৰ ফলত বহুবাৰ জাননী দিয়া হৈছিল লোকজনক ।কিন্তু,অৱশেষত ট্ৰাকৰ কিস্তিৰ ধন পৰিশোধ কৰাত অসমৰ্থ হৈ আলি আহমেদে জালিয়াতিৰে ট্ৰাকৰ পঞ্জীয়ন নম্বৰ সলনি কৰিছিল । প্ৰকৃত পঞ্জীয়ন নম্বৰৰ সলনি ব্যৱহাৰ কৰিছিল এ এচ ০৯ এ চি ৬৪৩২ নম্বৰৰ ।অৱশেষত বৄহস্পতিবাৰে গাড়ীৰ গেৰেন্টাৰে স্থানীয় লোকৰ সহযোগত জালিয়াতিৰে নম্বৰ প্লেট সলনি কৰা ট্ৰাক খন লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।

BYTE: স্থানীয় লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.