ETV Bharat / state

ডবকা পথ দুৰ্ঘটনা: নিহত এজন বাইক আৰোহী

author img

By

Published : Jan 21, 2020, 10:00 PM IST

ডবকাৰ শালবাগানত সংঘটিত পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আনজন বাইক আৰোহী ৷

Hojai Doboka road accident
ডবকা পথ দুৰ্ঘটনা: নিহত এজন বাইক আৰোহী

হোজাই, 21 জানুৱাৰী: ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালবাগানত শোকাৱহ পথ দুৰ্ঘটনা ৷ আই ২০ বাহনে খুন্দিয়ালে দুই বাইক আৰোহীক ৷ দুৰ্ঘটনাটোত থিতাতে এজন বাইক আৰোহী নিহত হয় আৰু আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ৷ নিহত বাইক আৰোহীজন হৈছে ডবকা চহৰৰ ৰৌজ আহমেদ ৷ দুৰ্ঘটনাটো সংঘটিত কৰি ডিফু অভিমুখে পলায়ন কৰে আই 20 বাহনখন ৷ বৰ্তমান এই ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ডবকা পথ দুৰ্ঘটনা: নিহত এজন বাইক আৰোহী

লগতে পঢ়ক:মহানগৰীত ৰে'লৰ চেপাত শিশুসহ মহিলাৰ মৃত্যু

Intro:ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালবাগানত শোকাৱহ পথ দুৰ্ঘটনা৷Body:ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালবাগানত শোকাৱহ পথ দুৰ্ঘটনা৷

আই ২০ বাহনে খুন্দিয়ালে দুই বাইক আৰোহীক ৷

থিতাতে নিহত এজন বাইক আৰোহী ৷

আনজন গুৰুতৰভাৱে আহত৷

নিহত বাইক আৰোহীজন ডবকা চহৰৰ ৰৌজ আহমেদ ৷

দুৰ্ঘটনা সংঘটিত কৰি ডিফু অভিমুখে পলায়ন কৰে আই 20 বাহনখন৷

ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.