ETV Bharat / state

হোজাইত আৱৰ্জনাৰে ভৰ্তি এটি কোৱাৰেণ্টাইন চেণ্টাৰ

এই কোৱাৰেণ্টাইন চেন্টাৰটো আছে নখুটিৰ হুছেনীয়া মাদ্ৰাছাত । বিষয়টো বাৰম্বাৰ অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

হোজাইত আৱৰ্জনাৰে ভৰ্তি এটি কোৱাৰেণ্টাইন চেণ্টাৰ
হোজাইত আৱৰ্জনাৰে ভৰ্তি এটি কোৱাৰেণ্টাইন চেণ্টাৰ
author img

By

Published : Jun 16, 2020, 7:23 PM IST

হোজাই, 16 জুনঃ হোজাই জিলাৰ লংকাৰ নখুটিত আৱৰ্জনাৰে ভৰি আছে এটা কোৱাৰেণ্টাইন চেন্টাৰ । চেণ্টাৰটোৰ ভিতৰত থকা জাৱৰে এতিয়া বিমোৰত পৰিছে আশাকৰ্মী সকল ।

কোৱাৰেণ্টাইন চেন্টাৰটোত থাকিবলৈ কেৰেলাৰ পৰা অহা লোক
কোৱাৰেণ্টাইন চেন্টাৰটোত থাকিবলৈ কেৰালাৰ পৰা অহা লোক

এই কোৱাৰেণ্টাইন চেন্টাৰটো নখুটিৰ হুছেনীয়া মাদ্ৰাছাত । চেণ্টাৰটোত নাই কোনো চেনিটাইজাৰ বা পৰিষ্কাৰ পৰিছন্নতাৰ ব্যৱস্থা । স্থানীয় আশাকৰ্মীয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো বাৰম্বাৰ অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰটোৰ এনে আজৱ পৰিস্থিতিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

হোজাইত আৱৰ্জনাৰে ভৰ্তি এটি কোৱাৰেণ্টাইন চেণ্টাৰ

ইপিনে কোৱাৰেণ্টাইন চেন্টাৰটোত থাকিবলৈ অহা লোকসকলে তেনে অপৰিস্কাৰ পৰিৱেশত কোনো পধ্যেই থাকিব নোৱাৰো বুলি উল্লেখ কৰিছে ।

লগতে পঢ়কঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.