ETV Bharat / state

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ সদৌ অসম বঙালী ফেডাৰেচন

author img

By

Published : Jun 23, 2020, 3:27 PM IST

Updated : Jun 23, 2020, 4:45 PM IST

চীন-ভাৰত যুদ্ধকলৈ সমাজিক মাধ্যমত স্বৰ্গদেউ চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ মহানগৰৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছিল ৷

ALL ASSAM BENGALI FEDARESON PRESIDENT RECATION
দিপক দে

হোজাই, 23 জুনঃ "শীঘ্ৰে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে অসম চৰকাৰে আইনী ব্যৱস্থা লোৱা উচিত" এই মন্তব্য সদৌ অসম বাঙালী ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ ৷ চীন-ভাৰত যুদ্ধকলৈ সমাজিক মাধ্যমত স্বৰ্গদেউ চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ মহানগৰৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছিল ৷

লগতে পঢ়কঃ অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ

ইয়াৰ পাছতে কলিকতাৰ হিন্দু বাঙালী সংগঠনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিচ্ছবি দাহ কৰাৰ লগতে গৰ্গ চেটাৰ্জীক ধৰিবলৈ আহিলে অসম আৰক্ষীৰ হাত ভাঙি দিম বুলি মন্তব্য কৰে ৷ ফলত পশ্চিমবংগৰ বাঙালী সংগঠনৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম বাঙালী ছাত্ৰ সংগঠনৰ সভাপতি দীপক দে'য়ে ৷ ইয়াৰোপৰি, কলকাতাৰ বাঙালী সকলতকৈ অসমৰ বাঙালীসকল বেছি সুৰক্ষিত বুলিও মন্তব্য কৰে দিপক দে'য়ে ৷

Last Updated : Jun 23, 2020, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.