ETV Bharat / state

হোজাইৰ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান - পৰিমল শুক্লবৈদ্য

দেওবাৰে পুৱাই আৰক্ষীৰ বৃহৎ এটা বাহিনীক লগত লৈ লংকাৰ চক্ৰ বিষয়াই লামডিং সমষ্টিৰ কাকীৰ তিনিহাজাৰ বিঘাত বনাঞ্চলৰ ভূমি বেদখল কৰি থকা ১৫ টা পৰিয়ালৰ ঘৰবাৰী জেচিবিৰে ভাঙি উচ্ছেদ কৰে ৷

hojai administration eviction at forest
হোজাইৰ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ
author img

By

Published : Jun 6, 2021, 11:05 PM IST

হোজাই,6 জুন: হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুদিন পূৰ্বে হোজাইত উপস্থিত হৈ জিলা খনৰ লামডিং বনাঞ্চলৰ বেদখলকাৰীক পৰ্যায়ক্ৰমে উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাচতে দেওবাৰে আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান ।

হোজাইৰ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ

তাৰপাচতে দেওবাৰে পুৱাই আৰক্ষীৰ বৃহৎ এটা বাহিনীক লগত লৈ লংকাৰ চক্ৰ বিষয়াই লামডিং সমষ্টিৰ কাকীৰ তিনিহাজাৰ বিঘাত বনাঞ্চলৰ ভূমি বেদখল কৰি থকা ১৫ টা পৰিয়ালৰ ঘৰবাৰী জেচিবিৰে ভাঙি উচ্ছেদ কৰে ৷

ইপিনে লগতে থকা ২৭৫ বিঘা ভূমিত কৰা হালধি, কুঁহিয়াৰ, আদিত ট্ৰেক্টৰেৰে মহতিয়াই বিনষ্ট কৰি বেদখল মুক্ত কৰে । ইপিনে সেই মাটিত থকা সকলক শনিবাৰে উঠি যাবলৈ প্ৰশাসনে জাননী দিয়াৰ পাচতে দেওবাৰে উচ্ছেদিত লোক সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়কঃ অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.