ETV Bharat / state

হোজাইত সমাজকৰ্মীৰ মৃত্যু

বিশিষ্ট সমাজ সেৱকগৰাকীৰ মৃত্যুত নীলবাগান প্ৰেছ ক্লাব, নিউষ্টাৰ ক্লাব, নীলবাগান ক্ৰীড়া সন্থা, আমছুৰ হোজাই জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷

author img

By

Published : May 11, 2019, 9:18 AM IST

হোজাইত সমাজকৰ্মীৰ মৃত্যু

হোজাই, 11 মে' : হোজাই জিলাৰ নীলবাগানৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ৰহিম উদ্দিনৰ পৰলোকপ্ৰাপ্তি ৷ বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত হৈ থকা অসুস্থ সমাজকৰ্মীজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে ৷ বিশিষ্ট সমাজ সেৱকগৰাকীৰ মৃত্যুত নীলবাগান প্ৰেছ ক্লাব, নিউষ্টাৰ ক্লাব, নীলবাগান ক্ৰীড়া সন্থা, আমছুৰ হোজাই জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷

Intro:হোজাই বিশিষ্ট সমাজসেৱক আলহাজ ৰহিম উদ্দিনৰ মৃত্যু।Body:নীলবাগানৰ বিশিষ্ট সমাজসেৱক আলহাজ ৰহিম উদ্দিনৰ মৃত্যু।

নিশা চিকিৎসালয়লৈ নিয়াৰ বাটত মৃত্যু হয় ৰহিম উদ্দিনৰ।

ৰহিম উদ্দিন নীলবাগান নিউষ্টাৰ ক্লাৱৰ সভাপতি নজৰুল ইছলামৰ পিতৃ।

বিশিষ্ট সমাজসেবকগৰাকীৰ মৃত্যুত নীলবাগান প্ৰেছ ক্লাৱ, নিউষ্টাৰ ক্লাৱ, নীলবাগান ক্ৰীড়া সন্থা, আমছু হোজাই জিলা সমিতিৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।

আজি বিয়লি ৪.৪৫ বজাত মেথিগাঁৱ ঈদগাহ ময়দানত তেখেতৰ জানাজা সম্পন্ন হব।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.