ETV Bharat / state

হোজাইত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

author img

By

Published : Jun 17, 2021, 9:36 PM IST

হোজাইৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত দুখীয়া দৰিদ্ৰ লোকৰ মাজত খাদ্য-সামগ্ৰী,মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ৷ জিলাখনৰ হোজাই আৰু লামডিং সমষ্টিৰ 8 টা মণ্ডলৰ প্ৰায় দুহেজাৰটা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় এই খাদ্য সামগ্ৰী ।

food-mask-sanitizer-distribution-at-hojai
হোজাইৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত

হোজাই,17 জুন : ৰাজ্য়ত প্ৰতিদিনেই বিভিন্ন প্ৰান্তত ক’ভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ কোনো কোনো জিলাত বৰ্তমান কিছু পৰিমানে হ্ৰাস পাইছে যদিও বৰ্তমানো সম্পূৰ্ণ শেষ হোৱা নাই মহামাৰীৰ সংকট ৷

বৃহস্পতিবাৰে হোজাইৰ জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত দুখীয়া দৰিদ্ৰ লোকৰ মাজত খাদ্য-সামগ্ৰী,মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় । জিলাখনৰ হোজাই আৰু লামডিং সমষ্টিৰ 8 টা মণ্ডলৰ প্ৰায় দুহেজাৰটা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় এই খাদ্য সামগ্ৰী ।

তাৰ সমান্তৰাল ভাৱে হোজাইৰ ধলপুখুৰী মণ্ডলতো প্ৰায় 150 টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী । লগতে,সকলো জনসাধাৰণক ক’ভিড-19 ৰ প্ৰতিষেধক হিচাপে ভেকচিন লোৱাৰ ক্ষেত্ৰটো সজাগতা অনাৰ প্ৰয়াস কৰা হয় ।

লগতে পঢ়ক:চিৰাং জিলাত নতুন ক’ভিড নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.