ETV Bharat / state

ডবকা সংৰক্ষিত বনাঞ্চলত বনকৰ্মী আৰু বনদস্যুৰ প্ৰচণ্ড গুলিয়াগুলী

author img

By

Published : Jun 22, 2019, 4:52 PM IST

বনদস্যু দলৰ পৰা জব্দ ১৫ টাকৈ চেগুন কাঠৰ কুণ্ডা

ডবকা সংৰক্ষিত বনাঞ্চলত বনকৰ্মী আৰু বনদস্যুৰ প্ৰচণ্ড গুলিয়াগুলী

হোজাই,২২ জুনঃ হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত বনদস্যু আৰু বনকৰ্মীৰ মাজত গুলিয়াগুলী । শুকুৰবাৰে নিশা ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰা লালটিলা অঞ্চললৈ এটা বনদস্যুৰ দল অহাৰ খবৰ লাভ কৰে ডবকা আঞ্চলিক বন বিষয়াই । পাছত ডবকা আঞ্চলিক বন বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত এটি বৃহৎ বনকৰ্মীৰ দলে উক্ত এলেকাত অভিযান চলায় । বনকৰ্মী দলৰ উপস্থিতিৰ কথা গম পাই বনদস্যুৰ দলটোৱে বনকৰ্মীৰ দলটোলৈ উদ্দেশ্যি গুলীবৰ্ষণ কৰিবলৈ ধৰে । প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও বনদস্যুলৈ উদ্দেশ্যি তিনিজাঁই গুলী নিক্ষেপ কৰে যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ পলাই সাৰিবলৈ সক্ষম হয় বনদস্যুৰ দলটো ।

অৱশ্যে, কোনো লোক হতা-হত নহ'ল এই গুলিয়াগুলীৰ ঘটনাত । পলাই যোৱা বনদস্যুৰ দলটোৱে এৰি যায় দুখন কুণ্ডাভৰ্তি টাটা মোবাইল । গাড়ী দুখনৰ পৰা বনকৰ্মী সকলে উদ্ধাৰ কৰে ১৫ টা চেগুন কাঠৰ কুণ্ডা । জব্দ কৰা গাড়ী দুখনৰ নম্বৰ ক্ৰমে AS ০২ AC ৪১৭৮ আৰু AS ০২ E ২৯৭২ । জব্দ কৰা চেগুন কাঠখিনিৰ মূল্য আনুমানিক দুই লাখ টকা হব বুলি ধাৰণা কৰিছে বন বিভাগৰ লোকে ।

Intro:হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত বনদস্যু আৰু বনকৰ্মীৰ মাজত গুলিয়াগুলী৷Body:হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত বনদস্যু আৰু বনকৰ্মীৰ মাজত গুলিয়াগুলী৷

চেগুন কাঠৰ কুণ্ডা ভৰ্তি দুখন টাটা মোবাইল জব্দ৷

যোৱা নিশা ডবকা সংৰক্ষিত বনাঞ্চলত বনকৰ্মী আৰু বনদস্যুৰ মাজত প্ৰচণ্ড গুলিয়াগুলীৰ ঘটনা সংগঠিত হয় ৷ গুলিয়াগুলীৰ ফলত কোনো লোক হতাহত হোৱা নাই৷নিশা ডবকা সংৰক্ষিত বনাঞ্চলৰ লালটিলা এলেকাত এটি বনদস্যুৰ দল অহাৰ খবৰ লাভ কৰে ডবকা আঞ্চলিক বন বিষয়াই ৷ পাছত ডবকা আঞ্চলিক বন বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত এটি বৃহত বনকৰ্মীৰ দলে উক্ত এলেকাত অভিযান চলায়৷সেই সময়তে লালটিলাৰ সমীপত বনদস্যুৰ দলটোৱে বনকৰ্মীৰ দলটোলৈ লক্ষ্য কৰি গুলিয়াট ধৰে ৷ তাৰ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱে বনদস্যুলৈ উদ্দেশ্য কৰট তিনিজাই গুলী নিক্ষেপ কৰে যদিও আন্ধাৰৰ সুযোগ গ্ৰহন কৰি বনদস্যুৰ দলটোৱে দুখন কুণ্ডাভৰ্তি টাটা মোবাইল পেলাই থৈ পলায়ন কৰে৷ বনকৰ্মীৰ দলটোৱে টাটা মোবাইল দুখনৰ লগতে গাড়ী দুখনত থকা ১৫ টা চেগুন কাঠৰ কুণ্ডা জব্দ কৰি কাৰ্য্যালয়লৈ লৈ আনে ৷ জব্দ কৰা গাড়ী দুখনৰ শম্বৰ হল ক্ৰমে AS02 AC 4178 আৰু AS02 E 2972 ৷ জব্দ কৰা চেগুন কাঠখিনিৰ বজাৰ মূল্য অনুমানিক দুই লাখ টকা হব বুলি ধাৰনা কৰা হৈছে৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.