ETV Bharat / state

হোজাইত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ - লামডিং সমষ্টি

লামডিং সমষ্টিৰ 174 নং নিজ উদালী এলপি স্কুল ভোটকেন্দ্ৰৰ বিজেপিৰ প'লিং এজেন্ট মিনাজ হুচেইন লস্কৰক একাংশ কংগ্ৰেছীয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে | ভোটকেন্দ্ৰটোত আনৰ হৈ ভোট দিবলৈ অহা ভুৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে এই আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আহত বিজেপিৰ প'লিং এজেন্টজনে|

হোজাইত বিজেপিৰ পুলিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ
author img

By

Published : Apr 19, 2019, 1:12 PM IST

হোজাই, 19 এপ্ৰিল: ভোটগ্ৰহণৰ পাচতে লামডিং সমষ্টিৰ লংকাৰ উদালীত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ | লামডিং সমষ্টিৰ 174 নং নিজ উদালী এলপি স্কুল ভোটকেন্দ্ৰৰ বিজেপিৰ প'লিং এজেন্ট মিনাজ হুচেইন লস্কৰক একাংশ কংগ্ৰেছীয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে | ভোটকেন্দ্ৰটোত আনৰ হৈ ভোট দিবলৈ অহা ভুৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে এই আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আহত বিজেপিৰ প'লিং এজেন্টজনে |

হোজাইত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ

আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি উদালী অঞ্চলৰ মজিবুৰ ৰহমান,গিয়াছ উদ্দিন,ছাইদুৰ ৰহমান,ফাৰুক আহমেদৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে এজেন্টজনে | কংগ্ৰেছ কৰ্মীকেইজনৰ এনে গুণ্ডামিৰ বিৰুদ্ধে আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিজেপিৰ প'লিং এজেন্টজনে |

Intro:হোজাইত নিশা নিৰ্বাচনী হিংসা লংকাৰ উদালীত |বিজেপিৰ পুলিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ |Body:ভোটা গ্ৰহণৰ পিছতে লামডিং সমষ্টিৰ লংকাৰ উদালীত
নিৰ্বাচনী হিংসাৰ এক ঘটনা সংঘটিত হয় |নিশা বিজেপিৰ পুলিং এজেন্ট এজনক মাৰপিট কৰি আহত কৰাৰ অভিযোগ উঠিছে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে |
লামডিং সমষ্টিৰ ১৭৪ নং নিজ উদালী এলপি স্কুল ভোট কেন্দ্ৰৰ বিজেপিৰ পুলিং এজেন্ট মিনাজ হুচেইন লস্কৰক মাৰপিট কৰে কংগ্ৰেছৰ একাংশ লোকে |
ভোট কেন্দ্ৰটোত আনৰ হৈ ভোট দিবলৈ অহা ভূৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে এই আক্ৰমনৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উল্থাপন কৰিছে আহত বিজেপিৰ পুলিং এজেন্টজনে |

আক্ৰমন সংঘটিত কৰাৰ অভিযোগ আনি উদালী অঞ্চলৰ মজিবুৰ ৰহমান,গিয়াছ উদ্দিন,ছাইদুৰ ৰহমান,ফাৰুক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লংকা থানাত |

আনহাতে কংগ্ৰেছ দলৰ এনে গুন্ডামীৰ বিৰুদ্ধে আৰক্ষীক উপযুক্ত ব্যৱস্হা গ্ৰহনৰ দাবী জনাইছে |
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.