ETV Bharat / state

ন ন ৰূপত ন ন আৰ্হি লৈ ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ

author img

By

Published : Oct 7, 2019, 4:42 AM IST

Updated : Oct 7, 2019, 2:59 PM IST

হোজাইৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ডাইন'ছৰাছ আৰ্হিৰে নিৰ্মিত গান্ধী মৈদানৰ পূজা মণ্ডপ ৷ ইয়াৰ বিপৰীতেদেখা গ'ল সৰুপথাৰত "শাৰদীয় দুৰ্গা পূজাত খেলনা পিষ্টলৰ সলনি আপোনাৰ সন্তানটিৰ হাতত এখন কিতাপ তুলি দিয়ক" বাৰ্তাৰে শাৰদীয় গ্ৰন্থ মেলা ৷ আনহাতে ব্যতিক্ৰমীভাৱে ৰে'ল সেৱাৰ পৰা বঞ্চিত হৈ থকা দৰঙৰ সমস্যা 'চলন্ত ৰে'লক' আৰ্হি হিচাপে লোৱা দেখা গ'ল দৰঙৰ খাৰুপেটীয়া পূজা মণ্ডপে ৷

ডাইন'ছৰৰ আৰ্হিৰে নিৰ্মিত হোজাইৰ গান্ধী মৈদানৰ পূজা মণ্ডপ

হোজাই, 6 অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে হোজাইতো উলহ মালহে পালন কৰা হৈছে শাৰদীয় দূৰ্গা পূজা | হোজাইৰ দূৰ্গা পূজাৰ ভিতৰত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ডাইন'ছৰাছ আৰ্হিৰে নিৰ্মিত গান্ধী মৈদানৰ পূজা মণ্ডপ | বিগত ১৩ বছৰে উক্ত পূজা সমিতিয়ে ভক্ত প্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰাৰ নিৰ্মিতে ন ন ৰূপেৰে সাজি উলিয়াই আহিছে মণ্ডপ | এইবাৰো ব্যতিক্ৰম ৰূপত এই পূজা মণ্ডপ | এইবাৰো স্থানীয় শিল্পীৰ দ্বাৰা ডেৰ মাহৰ অন্তত: নিৰ্মাণ কৰি উলিয়াইছে বিশ্বৰ পৰা বিলুপ্ত হৈ যোৱা ডাইন'চৰাছৰ আৰ্হিৰে পূজা মণ্ডপ | এই মণ্ডপ ভাগত মহাঅষ্টমীৰ দিনটোত ভক্তপ্ৰাণ ৰাইজে মাৰ আৰ্শীষ লোৱাৰ লগতে পূজা মণ্ডপ ভাগ চাৱলৈ ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে | লগতে এই মণ্ডপৰ চৌহদত মহিলা পুৰুষ সমানে একেলগে বাদ্য বজাই মা দুৰ্গাক আৰাধনা কৰি বাদ্যৰ তালে তালে নৃত্য কৰা দৃশ্যই ভক্ত প্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰিছে ৷

ইফালে শাৰদীয় দুৰ্গা পূজাত "খেলনা পিষ্টলৰ সলনি আপোনাৰ সন্তানটিৰ হাতত এখন কিতাপ তুলি দিয়ক" আৰু "প্ৰিয়জনক এখন কিতাপ উপহাৰ দিয়ক" | এই বাৰ্তাৰে সৰুপথাৰত শাৰদীয় গ্ৰন্থ মেলা | সৰুপথাৰ প্ৰান্তোস দাস ফাউণ্ডেচন আৰু অন্যপথ গোষ্ঠীয়ে বিগত বৰ্ষৰ দৰে এইবাৰো সৰুপথাৰ নগৰৰ মাজ মজিয়াত গ্ৰন্থ বিপনীৰে শাৰদীয় গ্ৰন্থমেলাৰ আয়োজন কৰিছে | শাৰদীয় দুৰ্গা পূজাত সৰুপথাৰৰ এই গ্ৰন্থ বিপনীত ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকে সঁহাৰি জনোৱা পৰিলক্ষিত হয় | এইবাৰৰ দুৰ্গা পূজাত ছাত্ৰ ছাত্ৰীয়ে খেলনা ক্ৰয় কৰাৰ সমান্তৰালভাৱে একোখনকৈ গ্ৰন্থ কৰা দেখা গ'ল ৷

সৰুপথাৰত "শাৰদীয় দুৰ্গা পূজাত খেলনা পিষ্টলৰ সলনি আপোনাৰ সন্তানটিৰ হাতত এখন কিতাপ তুলি দিয়ক" বাৰ্তাৰে শাৰদীয় গ্ৰন্থ মেলা

ব্যতিক্ৰম দৰঙৰ খাৰুপেটীয়া পূজা মণ্ডপো ৷ মহাঅষ্টমীৰ দিনটোত দিল্লীৰ পৰা অহা দৰং এক্সপ্ৰেছ ৰেলখন ছিপাঝাৰ , মঙলদৈ হৈ উপস্থিত হ'ল খাৰুপেটীয়া ৰেল ষ্টেচনত । খাৰুপেটীয়া ষ্টেচনত ভক্তৰ লানি নিচিগা সোঁত । বাস্তৱত নহলেও এয়া সম্ভব হ'ল শাৰদীয় দুৰ্গোৎসৱত ২৫ বছৰ গৰকা খাৰুপেটীয়া টাইগাৰ ক্লাবৰ পূজা মণ্ডপত । চলন্ত ৰে'ল , ষ্টেডিয়াম, খোৱাপানী আদি খাৰুপেটীয়াৰ বিভিন্ন সমস্যা সমূহক আৰ্হি হিচাপে লৈ " মূল পূজা মণ্ডপত উপস্থাপন কৰি আকৰ্ষিত কৰি তুলিছে আজি পৰ্যন্ত ৰে'ল সেৱাৰ পৰা বঞ্চিত হৈ থকা দৰঙবাসী ৰাইজক ।

চলন্ত ৰে'লক' থিম হিচাপে লৈ নিৰ্মিত দৰঙৰ খাৰুপেটীয়াৰ পূজা মণ্ডপ

Intro:হোজাইৰ পূজাত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে গান্ধী মৈদানৰ পুজা মণ্ডৱৰ ডাইনচৰাছৰ Body:হোজাইৰ পূজাত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে গান্ধী মৈদানৰ পুজা মণ্ডৱ | ডাইনচৰাছৰ আৰ্হিৰে স্হানীয় শিল্পীয়ে নিৰ্মান কৰি কৰি উলিয়াইছে উক্ত পূজা মণ্ডৱটি |

সমগ্ৰ ৰাজ্যৰ লগতে হোজাইতো উল্লহ মালহে পালন কৰা হৈছে শাৰদীয় দূৰ্গা পূজা | হোজাইৰ দূৰ্গা পূজাৰ ভিতৰত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ডাইনছৰাছ আৰ্হিৰে নিৰ্মিত গান্ধী মৈইদানৰ পূজা মণ্ডৱ | বিগত ১৩টি বছৰে উক্ত পূজা সমিতিয়ে ভক্ত প্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰাৰ নিৰ্মিতে ন ন ৰূপেৰে সাজি উলিয়াইছিল মণ্ডৱ | আৰু এইবাৰো ব্যতিক্ৰম নহয় এই পূজা মণ্ডৱ ভাগ | এইবাৰো স্হানীয় শিল্পীৰ দ্বাৰা ডেৰ মাহৰ অন্তত: নিৰ্মান কৰি উলিয়াইছে বিশ্বৰ পৰা বিলুপ্ত হৈ যোৱা ডাইনচৰাছৰ আৰ্হিৰে পূজা মণ্ডৱ | আৰু উক্ত মণ্ডৱ ভাগত ভক্তপ্ৰাণ ৰাইজে মাৰ আৰ্শীষ লোৱাৰ লগতে পূজা মণ্ডৱ ভাগ চাৱলৈ ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সুত বোৱা পৰিলাক্ষিত হৈছে | আনহাতে আকৌ মণ্ডৱৰ চৌহদত মহিলা পুৰুষ সমানে একেলগে বাদ্য বজাই দূৰ্গা মা'ক আৰাধনা কৰি বাদ্যৰ তালে তালে নৃত্য কৰা দৃশ্যই ভক্ত প্ৰাণ ৰাইজৰ মন আৰু দুগুণকৈ আকৰ্ষিত কৰিছে |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Oct 7, 2019, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.