ETV Bharat / state

উদ্ধাৰ হ'ল যমুনা নৈত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ

বৃহস্পতিবাৰে যমুনা নৈত সন্ধানহীন হয় চাংমাজী গাঁৱৰ যুৱক ইকৰাম হুছেইন । প্ৰায় ২২ ঘন্টাৰ অন্তত শুকুৰবাৰে NDRF বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

author img

By

Published : May 29, 2020, 3:18 PM IST

deadbody recovered in hojai
deadbody recovered in hojai

হোজাই, ২৯ মে': উদ্ধাৰ হ'ল যমুনা নৈত সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃত যুৱকজনৰ নাম ইকৰাম হুছেইন বুলি জানিব পৰা গৈছে । NDRF বাহিনীয়ে উদ্ধাৰ কৰিলে ডবকা চাংমাজী গাঁৱৰ যুৱক ইকৰামৰ মৃতদেহ ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি যমুনা নৈৰ বানে উটুৱাই নিছিল যুৱকজনক । নিজ ঘৰৰ সন্মুখত সাঁকো নিৰ্মাণ কৰি থকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা । ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২২ ঘন্টাৰ অন্তত NDRF বাহিনীয়ে উদ্ধাৰ কৰে ২৫ বছৰীয়া যুৱকজনৰ মৃতদেহ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.