ETV Bharat / state

হোজাইৰ লংকাত ক'ৰণাৰ গণ সংক্ৰমণৰ আশংকা

author img

By

Published : Jul 25, 2020, 1:33 PM IST

হোজাই জিলাৰ লংকা পিয়লী বজাৰৰ মাজমজিয়াত থকা অংগশ্ৰী বস্ত্ৰালয়ৰ স্বত্বাধিকাৰীৰ পৰিয়ালৰ 9জন সদস্যৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি ৷ শুকুৰবাৰৰ দিনটোত লংকাত মুঠ 12 গৰাকীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷ ইতিমধ্যে ছিল কৰি দিয়া হৈছে অংগশ্ৰী বস্ত্ৰালয়ৰ তিনিখনকৈ কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠান ৷

Covid-19 impact-community transmission possibility at Hojai
হোজাইৰ লংকাত Covid-19 গণসংক্ৰমণৰ আশংকা

হোজাই,25 জুলাইঃ হোজাই জিলাৰ লংকাত ক'ৰণাৰ গণ সংক্ৰমণৰ আশংকা ৷ শুকুৰবাৰৰ দিনটোতে লংকাত মুঠ 12 গৰাকীৰ শৰীৰত ধৰা পৰিছে কৰ'ণাৰ সংক্ৰমণ ৷ লংকা পিয়লী বজাৰৰ মাজমজিয়াত থকা অংগশ্ৰী বস্ত্ৰালয়ৰ স্বত্বাধিকাৰৰ পৰিয়ালৰ শিশু সহ 9 জনৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ ইতিমধ্যে শুকুৰবাৰৰ সন্ধিয়া অংগশ্ৰী বস্ত্ৰালয়ৰ তিনিখনকৈ কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠান ছিল কৰি দিছে জিলা প্ৰশাসনে ।পৰিয়ালটোৰ ক'ৰণা পজিটিভ অহা 9 জন লোকৰ নাম ক্ৰমে টুহিছা ঘোষ, তুষাৰ ঘোষ, পিণ্টু ঘোষ, স্বৰূপ ঘোষ, ঈশ্বিতা ঘোষ, বাপ্পি ঘোষ, পাপৰি ঘোষ, অদ্ৰিতা ঘোষ আৰু পিংকি ঘোষ ।

হোজাইৰ লংকাত ক'ৰণাৰ গণ সংক্ৰমণৰ আশংকা

উল্লেখ্য যে, অংগশ্ৰী বস্ত্ৰালয়ৰ স্বত্বাধিকাৰীৰ ঘৰ লংকাৰ এন -এৰিয়াত । ইয়াৰোপৰি লংকা ভালুকমাৰীৰ ইউ বি আই বেংকত কৰ্মৰত বিবেক কুমাৰ নামৰ এজন কৰ্মচাৰীৰ লগতে তেখেতৰ পিতৃ জগদীশ প্ৰসাদ আৰু মাতৃ সবিতা দেৱীৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছ ৷

লগতে পঢ়কঃমহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.