ETV Bharat / state

কৰ’ণা সংক্ৰমণ: লামডিঙত কণ্টেইনমেণ্ট জ'ন ঘোষণা - হোজাই জিলা উপায়ুক্ত

হোজাই জিলা (Hojai District)ৰ ভিতৰত লামডিঙত পুনৰ ক’ৰণা সংক্ৰমণ (Covod 19) বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা উপায়ুক্ত (Hojai District Deputy Commissioner)ই এই সিদ্ধান্ত গ্ৰহণ কৰে ।

containment zone declared in lumding
লামডিঙত শুকুৰবাৰৰ পৰা কন্টেইনমেন্ট জ'ন ঘোষণা
author img

By

Published : Jul 10, 2021, 9:13 AM IST

হোজাই, 10 জুলাই : হোজাই জিলাৰ লামডিঙত শুকুৰবাৰৰ পৰা কণ্টেইনমেণ্ট জ'ন (Containment Zone) ঘোষণা কৰা হৈছে । জিলা প্ৰশাসনে (Hojai District Administration) পৰৱৰ্তী সাতদিনৰ বাবে লামডিঙক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে । হোজাই জিলা (Hojai District)ৰ ভিতৰতে লামডিঙত পুনৰ কৰ’ণা সংক্ৰমণ (Covod 19) বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত (Hojai District Deputy Commissioner)ই এই সিদ্ধান্ত গ্ৰহণ কৰে ।

লামডিং টাউনৰ লগতে লামডিঙৰ তিনিওখন পঞ্চায়তক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে হোজাই জিলা প্ৰশাসনে ৷ এই সময়চোৱাত বিশেষ অনুমতি অবিহনে জৰুৰীকালীন সেৱাৰ লগতে অঞ্চলটোত প্ৰৱেশ কৰা তথা বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ইয়াৰ লগতে প্ৰশাসনে লামডিঙৰ গেলামাল, শাক-পাচলি, গাখীৰ আৰু ফলমূলৰ দোকানৰ বাহিৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান কণ্টেইনমেণ্ট জ'ন (Containment Zone) থকালৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক : ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.