ETV Bharat / state

হোজাই জিলাতো পৰম্পৰাগত ভাৱে আয়োজন কৰা হৈছে ষট পূজা

প্ৰশাসনে বান্ধি দিয়া কভিড প্ৰটকল মানি হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী ষট ঘাটত পালন কৰা হৈছে ষট পূজা ৷ 2০০১ চনৰ পৰাই লংকাৰ লংকেশ্বৰী ষট ঘাটত সাৰ্বজনীন ষট পূজা কমিটীয়ে পৰম্পৰাগত ভাৱে আয়োজন কৰি আহিছে এই পূজা ।

author img

By

Published : Nov 20, 2020, 10:20 AM IST

chhat  puja
হোজাই জিলাতো পৰম্পৰাগত ভাৱে আয়োজন কৰা হৈছে ষট পূজা

হোজাই, 20 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুক্ৰবাৰে পালন কৰা হৈছে ষট পূজা ৷ সামন্তৰালভাৱে প্ৰশাসনে বান্ধি দিয়া কভিড প্ৰটকল মানি হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী ষট ঘাটত পালন কৰা হৈছে ষট পূজা ৷

উল্লেখ্য় যে, ২০০১ চনৰ পৰাই হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী ষট ঘাটত সাৰ্বজনীন ষট পূজা কমিটীয়ে পৰম্পৰাগত ভাৱে আয়োজন কৰি আহিছে এই পূজা । বিগত বৰ্ষৰ দৰে এই বাৰো ষট পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে পূজা কমিটী খনে ।

লগতে পঢ়কঃচামগুৰি আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.