ETV Bharat / state

অনাস্থা প্ৰস্তাৱঃ সংকটত হোজাই জিলা পৰিষদৰ সভাপতি, উপ সভানেত্ৰী

author img

By

Published : Jul 3, 2019, 11:19 PM IST

গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ ৷ কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা ।

হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা

হোজাই, 3 জুলাই : কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা । গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ | বিজেপি সদস্যৰ অনাস্থাৰ সন্মুখীন হ'বলগা হ'ল কংগ্ৰেছী সভাপতি, উপ-সভানেত্ৰী । ১২ খন আসনৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা,উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনা হ'ল অনাস্থা ৷ পৰিষদখনৰ বিজেপিৰ ৬ গৰাকীকৈ সদস্যই আনিলে এই অনাস্থা । হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে দাখিল কৰে এই অনাস্থা প্ৰস্তাৱ ।

হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা

উল্লেখ্য যে,হোজাই জিলাত দুজনকৈ বিজেপিৰ বিধায়ক থকাৰ পাচতো কংগ্ৰেছে ছয়খন আসন দখল কৰি গঠন কৰিছিল জিলা পৰিষদ | কিন্তু সভানেত্ৰী হোৱাৰ পাচতে ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ২৫৩/১৯ নম্বৰত ৪২০/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু হোৱাৰ লগতে সৃষ্টি হয় অচলা অৱস্থাৰ |

Intro:হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা ।
Body:কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা ।

কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ উপক্ৰম হৈছে | বিজেপি সদস্যৰ অনাস্হাৰ সন্মুখীন হবলগা হল বুধবাৰে ।১২ খন আসনৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা,উপ সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনা হল অনাস্থা |
পৰিষদখনৰ বিজেপিৰ ৬ গৰাকীকৈ সদস্যই আনিলে এই অনাস্থা ।
হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিক ভাৱে দাখিল কৰে এই অনাস্হা প্ৰস্তাৱ ।
উল্লেখ্যযে,হোজাই জিলাত দুজনকৈ বিজেপিৰ বিধায়ক থকাৰ পিছতো কংগ্ৰেছে ছয়খন আসন দখল কৰি গঠন কৰিছিল জিলা পৰিষদখন |কিন্তু সভানেত্ৰী হোৱাৰ পিছতে ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ২৫৩/১৯ নম্বৰত ৪২০/৪৬৮/৪৭১ ধাৰাত ৰুজু হল গোচৰ |সৃষ্টি হল অচলা অৱস্থা | তাৰ পিছতে আজি বিজেপিৰ কেইবাজনীয়া দল এটাৰ সৈতে ছয়জনকৈ সদস্যই দাখিল কৰিলে এই অনাস্হা পত্ৰ | সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এইবাৰ হোজাই জিলা পৰিষদ বিজেপি দলে গঠন কৰিবই |

Bite সদস্য |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.