- মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰি শিক্ষাৰ্থীয় বিজ্ঞান বিষয় পঢ়িব নোৱাৰা, অভিযন্তা হ’ব নোৱাৰা, MBA কৰিব নোৱাৰা এইবোৰ চৰকাৰৰ ভুৱা প্ৰচাৰ আখ্যা আজমলৰ
- মাদ্ৰাছা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আজমলে
- চৰকাৰে তেনে শিক্ষাৰ্থীক আমাক দি দিয়ক
- পাঠ্যক্ৰম সলনি কৰিব লাগিব, কিছু বিভাগ পঢ়ুৱাব লাগিব, শিক্ষক ভাল হ’লে সকলো সম্ভৱ হ’ব
- চৰকাৰে নোৱাৰা কাম আমি কৰি দেখুৱাম আৰু দেখুৱাই আছোঁ
- এটা এটা অঞ্চলত বিদ্যালয় বনাবলৈ ২০-৩০ বছৰ লাগিছিল
- ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলে নিজে বিদ্যালয় বনাই, নিজে প্ৰতিষ্ঠা কৰে, জীৱনটোৱেই শেষ হৈ যায়
- কেতিয়াবা শিক্ষক দৰমহা নাপাই আত্মহত্যাও কৰে
- কোনোবাই এক মিনিটত ভাঙি দিলে, ভঙাটো বহু সহজ কিন্তু বনোৱাটো বহু কষ্টকৰ
- মাদ্ৰাছা ভগা সকলৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ আজমলৰ
- দিল্লীৰ উচ্চতম ন্যায়ালয়লৈও যোৱাৰ কথা ক’লে আজমলে
- ৰাজ্যত চৰকাৰে বিদ্যালয় বন্ধ কৰা, মাদ্ৰাছা ভঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে
মাদ্ৰাছা ভঙাসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ আজমলৰ
মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে বিজ্ঞান বিষয় পঢ়িব নোৱাৰা, অভিযন্তা হ’ব নোৱাৰা, MBA কৰিব নোৱাৰা এইবোৰ চৰকাৰৰ ভুৱা প্ৰচাৰ আখ্যা আজমলৰ ৷ ৰাজ্যত চৰকাৰে বিদ্যালয় বন্ধ কৰা, মাদ্ৰাছা ভঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে (Badaruddin Ajmal commented on madrassa eviction)
Badaruddin Ajmal commented on madrassa eviction
- মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰি শিক্ষাৰ্থীয় বিজ্ঞান বিষয় পঢ়িব নোৱাৰা, অভিযন্তা হ’ব নোৱাৰা, MBA কৰিব নোৱাৰা এইবোৰ চৰকাৰৰ ভুৱা প্ৰচাৰ আখ্যা আজমলৰ
- মাদ্ৰাছা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আজমলে
- চৰকাৰে তেনে শিক্ষাৰ্থীক আমাক দি দিয়ক
- পাঠ্যক্ৰম সলনি কৰিব লাগিব, কিছু বিভাগ পঢ়ুৱাব লাগিব, শিক্ষক ভাল হ’লে সকলো সম্ভৱ হ’ব
- চৰকাৰে নোৱাৰা কাম আমি কৰি দেখুৱাম আৰু দেখুৱাই আছোঁ
- এটা এটা অঞ্চলত বিদ্যালয় বনাবলৈ ২০-৩০ বছৰ লাগিছিল
- ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলে নিজে বিদ্যালয় বনাই, নিজে প্ৰতিষ্ঠা কৰে, জীৱনটোৱেই শেষ হৈ যায়
- কেতিয়াবা শিক্ষক দৰমহা নাপাই আত্মহত্যাও কৰে
- কোনোবাই এক মিনিটত ভাঙি দিলে, ভঙাটো বহু সহজ কিন্তু বনোৱাটো বহু কষ্টকৰ
- মাদ্ৰাছা ভগা সকলৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ আজমলৰ
- দিল্লীৰ উচ্চতম ন্যায়ালয়লৈও যোৱাৰ কথা ক’লে আজমলে
- ৰাজ্যত চৰকাৰে বিদ্যালয় বন্ধ কৰা, মাদ্ৰাছা ভঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে
TAGGED:
ন্যায়ালয়ৰ কাষ চাপিম