ETV Bharat / state

বহিঃৰাজ্যত সন্ধানহীন হোজাইৰ যুৱক

দেওবাৰৰ পৰা নিখোজ হৈ আছে যুৱকজন

etv bharat
author img

By

Published : Feb 10, 2019, 8:51 AM IST

হোজাই, ৯ ফেব্ৰুৱাৰী : বহিঃৰাজ্যৰ কৰ্মক্ষেত্ৰৰ পৰা সন্ধানহীন অসমৰ যুৱক। ছমাহৰ পূৰ্বে হোজাইৰ পৰা কেৰালালৈ চাকৰিসূত্ৰে যোৱা যুৱকজন দেওবাৰৰ পৰা নিখোজ হৈ আছে।

hojai
কেৰালাত কৰ্মৰত হোজাইৰ ডাবলংঙৰ নিবাসী অনুকূল বিশ্বাস দেওবাৰে ৰাওনা হৈছিল স্ব-গৃহ অভিমূখে। কিন্তু ভূৱনেশ্বৰৰ ৰেল ষ্টেচনত অচিনাক্ত দুৰ্বৃত্তই লুটি নিছিল যুৱকজনৰ মোবাইল ফোন-মানিবেগ সহ সকলো সামগ্ৰী। এই ঘটনা সম্পৰ্কে ভুক্তভোগী অনুকূল বিশ্বাসে সহযাত্ৰীৰ ফোনৰ পৰা শিলচৰৰ আত্মীয়লৈ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও ঘটনাৰ পাচৰেপৰাই পৰিয়ালৰ লোকৰ সৈতে বৰ্তমানলৈ কোনো যোগাযোগ কৰা নাই যুৱকজনে। এসপ্তাহ ধৰি ঘৰলৈ উভতি নহাত যুৱকজনৰ সন্ধানত আৰক্ষীৰ ওচৰ চাপিছে পৰিয়ালৰ লোক। কোনো লোকে অনুকূল বিশ্বাসৰ সন্ধান লাভ কৰিলে 7896706143 /9957672132 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
undefined

Slug :  Hojai Lanka missing a boy .

Date  : 09/02/19.

Vis : email

Story  : কাবিআংলংৰ ডাবলংৰ এজন যুৱক বঃহি ৰাজ্যত নিখুজ ৷ দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্তিপোৱাৰ মানসিকতাৰে বঃহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন যুৱকজন ৷

Anchor  : হোজাই জিলাৰ লংকাৰ ডাবলংৰ এজন যুৱক বঃহিৰাজ্যত কাম কৰিবলৈগৈ নিখুজ হোৱা ঘটনাই অঞ্চলটোত  চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অনুকুল বিশ্বাস নামৰ যুৱকজনে ছয় মাহ মান পূবে ঘৰৰ পৰা  লগৰীয়াৰ লগত ওলাই গৈছিল বঃহি ৰাজ্যত কামৰ সন্ধানত ৷  ৰুগীয়া আৰু 
 অন্ধ পিতৃমাতৃক ঘৰত এৰি থৈ যোৱা অনুকুল বিশ্বাসে ঠিকে ঠাকে কাম কৰি হাতত উপাৰ্জন কৰা টকা কেইটালৈ  যোৱা দেওবাৰে 
 কেৰেলাৰ পৰা ঘৰমুৱাহৈ ট্ৰেইনত উঠে আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে জানিব দিয়ামতে  ভূৱনেশ্বৰ ইষ্টেছনত কোনো অচিনাক্ত দূবৃত্বই দম ভাবুকিদি সকলো টকা পইছা মোবাইল লুটিলৈ যায় ৷ দেওবাৰে ঘৰমুৱাহৈ 
 যাত্ৰা আৰম্ভ কৰি  মংগলবাৰে সবস্বান্ত হোৱা অনুকুল বিশ্বাসে ভূৱনেশ্বৰ পৰা কোনো এজন
 অগ্যত ব্যক্তিৰ পৰা শিলচৰ সমন্ধীয় লোকক  ফোনযোগে সমগ্ৰ ঘটনা  সম্পৰ্কত বিৱৰি কোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ৷ বাতৰি যুগত কৰা সময়লৈ মুঠ সাত /আঠ দিনত হৈ যোৱাত অন্ধ
 পিতৃ মাতৃয়ে  দিগ বিদিক হেৰোৱাই স্ঠানীয়  আৰক্ষী চকী আৰু ৰেলৱে
 আৰক্ষীক আৱগত কৰে যদিও একো সুফল নোপোৱাত সাংবাদিকৰ কাষ চাপে ৷ সন্ধানহীন হৈ থকা যুৱকজনৰ বিষয়ে কোনো
 লোকে সন্ধান পালে
 7896706143 /9957672132নম্বৰত যোগাযোগ
কৰিব পাৰিব ৷

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.