ETV Bharat / state

উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Jun 11, 2021, 11:04 AM IST

হোজাই জিলা উদালী কাণ্ডৰ (Udali doctor attack) লগত জড়িত এজন অভিযুক্তক লংকা আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Another accused arrested involved in Udali case
উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

হোজাই, 11 জুন : হোজাই জিলা উদালী কাণ্ডত (Udali doctor attack) লংকা আৰক্ষীৰ আন এক সফলতা । হোজাইৰ উদালীত চিকিৎসকক প্ৰহাৰ (Udali doctor attack) কৰা কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক লংকা আৰক্ষীয়ে (Lanka Police) অভিযানত চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্ত জনৰ নাম হিলাল উদ্দিন । উল্লেখ্য যে, বৰ্তমান লৈকে উদালী কাণ্ডৰ (Udali doctor attack) মুঠ ২৯ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম লংকা আৰক্ষী । আনহাতে, বৰ্তমান লংকা আৰক্ষী (Lanka Police)য়ে হিলাল উদ্দিনক লৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা বাহনত জব্দ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.