ETV Bharat / state

হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উদযাপন বাৰ্ষিক ক্ৰীড়া সপ্তাহ - হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়

এসপ্তাহজোৰা কাৰ্যসূচীৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উদযাপন বাৰ্ষিক ক্ৰীড়া সপ্তাহ(Annual Sports Week celebrated at Rabindranath Tagore University) ৷ উক্ত শোভাযাত্রাৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্রা বাহিৰ কৰা হয় ৷

annual-sports-week-celebrated-at-rabindranath-tagore-university-in-hojai
হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উদযাপন বাৰ্ষিক ক্ৰীড়া সপ্তাহ
author img

By

Published : Mar 10, 2022, 10:27 PM IST

হোজাই, 10 মাৰ্চ : হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে বাৰ্ষিক ক্ৰীড়া সপ্তাহ(Annual Sports Week celebrated at Rabindranath Tagore University) । সেয়ে শিক্ষাৰ্থীৰ মাজত বিৰাজ কৰিছে আনন্দ উল্লাসৰ । হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হৈছে এসপ্তাহজোৰা প্ৰথম বাৰ্ষিক ক্ৰীড়া সমাৰোহ সপ্তাহ ।

হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উদযাপন বাৰ্ষিক ক্ৰীড়া সপ্তাহ
উক্ত ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ পৰা বৃহস্পতিবাৰে এক সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় ৷ উক্ত শোভাযাত্রাত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত অধ্যয়নৰত ছাত্র-ছাত্ৰীয়ে নিজৰ বিভাগৰ বিষয়বস্ত শোভাযাত্রাত প্ৰদৰ্শন কৰোৱাৰ লগতে ছাত্র-ছাত্ৰীসকলে নিজৰ পৰম্পৰাগত সাজ-পাৰ পিন্ধি শোভাযাত্রাত অংশগ্রহণ কৰে ।

উল্লেখ্য যে, বিগত ২০১৭ চনত হোজাই মহাবিদ্যালয়ৰ পৰা ৰূপান্তৰিত হৈ মহাবিদ্যালয়খন ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নামেৰে আৰু ২০১৯ চনত কাৰ্য্যকৰী হৈছিল । বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ প্ৰথমটো বাৰ্ষিক ক্ৰীড়া সপ্তাহত শিক্ষাৰ্থী সকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক : Assam Municipal Election 2022 : হোজাইত গেৰুৱা বাহিনীৰ সন্মুখত বিধ্বস্ত বিৰোধী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.