ETV Bharat / state

ৰাইজে ভাঙি চূৰমাৰ কৰিলে গৰু কঢ়িওৱা বাহন - Agitated mob broke cattle smuggling vehicle at Hojai Lanka border

উত্তেজিত জনতাই ভাঙি চূৰমাৰ কৰিলে এখন টাটা মোবাইল বাহন (Public smashed cattle smuggling vehicle)৷ গাড়ীখনত চুৰি গৰু কঢ়িয়াই অনাৰ সন্দেহত ৰাইজে ল’লে এই পন্থা ৷ ঘটনাটো সংঘটিত হয় লংকা-হোজাই সীমান্তৰ টেনতুলিত ৷

Public smashed vehicle at Lanka
ৰাইজে ভাঙি চূৰমাৰ কৰিলে গৰু কহিওৱা বাহন
author img

By

Published : Mar 21, 2022, 9:18 PM IST

Updated : Mar 22, 2022, 6:06 AM IST

হোজাই, 21 মাৰ্চ: ৰাইজে ভাঙি চূৰমাৰ কৰিলে গৰু কঢ়িওৱা বাহন ৷ লংকা-হোজাই সীমামূৰীয়া টেনতুলিত স্থানীয় ৰাইজে গৰু কঢ়িওৱা এখন বাহন ৰাখি চূৰমাৰ কৰে (Public smashed vehicle at Lanka) ৷

লংকা-হোজাই সীমান্তৰ টেনতুলিত দেওবাৰে নিশা সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা । ৰাইজে খেদি খেদি আটক কৰিলে এখন গৰুভৰ্তি বাহন (Cattle smuggling vehicle) । স্থানীয় ৰাইজে গৰু চুৰ কৰি অনা বুলি সন্দেহ কৰি AS 02 CC 6922 নম্বৰৰ বাহনখন ৰখাই বিস্তৰ ক্ষতিসাধন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে বাহনখন জব্দ কৰে ৷

ৰাইজে ভাঙি চূৰমাৰ কৰিলে গৰু কঢ়িওৱা বাহন

আনহাতে, বাহনখনত থকা গৰু সমূহ আৰক্ষীৰ অধীনত পামত ৰখা হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ঘটনাটো সংঘটিত হোৱাৰ সময়তে পলায়ন কৰে গাড়ীৰ চালক আৰু হেন্দিমেন ।

বাহনখনত ১০ টাকৈ বলধ গৰু আছিল বুলি আৰক্ষীসূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক: Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই

Last Updated : Mar 22, 2022, 6:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.