ETV Bharat / state

লংকাত দুই সহোদৰৰ সলিল সমাধি

author img

By

Published : Aug 7, 2019, 9:02 AM IST

লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিবাসী চাহিদ আলম আৰু মেহ্বুবে আলম নামৰ শিশু দুটিয়ে মছজিদৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰে

পানীত পৰি মৃত্যু দুই সহোদৰৰ

হোজাই, 7 আগষ্টঃ লংকাৰ লস্কৰ পথাৰত অঘটন ৷ মঙলবাৰে সন্ধিয়া মজিদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পানীত পৰি মৃত্যু দুই সহোদৰৰ ৷ ঘটনা বিবৰণী অনুসৰি, লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিবাসী চাহিদ আলম আৰু মেহবুব আলম নামৰ শিশু দুটিয়ে মজিদৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰে ৷ তাৰ পাচতে ভায়েকক বচাবলৈ মেহবুব আলম পানীত নামতেই নৈৰ সোতে উটুৱাই লৈ যায় দুই সহোদৰক ৷ পাচত দুয়োকে স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে ৷ লংকা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই সহোদৰৰ মৃতদেহ লংকা আৰক্ষী থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

Intro:লংকাৰ লস্কৰ পথাৰত অঘটন |Body:হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত অঘটন | মঙ্গল বাৰে সন্ধিয়া মজিদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ পৰা পিছলি পানীত পৰি একে ঘৰৰ দুই সহোদৰৰ সলিল সমাধি | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিৰ্বাসী দুই শিশু চাহিদ আলম আৰু মেহ্বুবে আলমে মজিদৰ পৰা ঘৰৰ অভিমূখে আহি থকা অৱস্হাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰাত, ভায়েকক বচাবলৈ মেহ্বুব আলম পানীত নামতেই নৈ সুতে দুয়োকে লৈ যোৱাত পানীত পৰি সলিল সমাধি ঘটে | পিছত দুয়োকে স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে | পিছত লংকা আৰক্ষী লোক ঘটনাস্হলীত উপস্হিত হৈ দুই সহোদৰৰ মৃত দেহ লংকা আৰক্ষী থানালৈ লৈ আহে আৰু মৰোনত্বৰ পৰিক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে |

BYTE: সমন্ধীয়

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.