ETV Bharat / state

মেৰামতি নহয়, পুনৰ নিৰ্মাণ কৰা হ'ব ৰাজ্যৰ মথাউৰিঃ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে আলোচনা আৰু সহমত দুয়োটাই হ'ব ৷ হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷

হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন শীৰ্ষক অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : Sep 23, 2019, 7:04 PM IST

হাইলাকান্দি, 23 ছেপ্টেম্বৰঃ " এইবাৰ মথাউৰি মেৰামতি নহয়, পুনৰ নিৰ্মাণ কৰিবলৈ আঁচনি হাতত লোৱা হৈছে ৷ " সোমবাৰে হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন শীৰ্ষক অনুষ্ঠানত উপস্থিত থকাৰ সময়ত এই মন্তব্য কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ লগতে মথাউৰি নিৰ্মাণৰ পাচত তিনি বছৰলৈকে মথাউৰি সমূহ ৰক্ষণা বেক্ষণাৰ দায়িত্বতও থাকিব ঠিকাদাৰ সকল ৷

ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে, অসম গণ পৰিষদে এই ক্ষেত্ৰত ইতিমধ্যেই আলোচনা কৰিছে আৰু পূৰ্ৱৰ স্থিতিত অটল আছে ৷ মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে কেবৰ বিষয়টোৰ ক্ষেত্ৰত আলোচনা আৰু সহমত দুয়োটাই হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনিৰ জৰিয়তে শিশু সকলক বিজ্ঞানৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে বিজ্ঞানৰ ওচৰ চপাই অনাটো সফল হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

Intro:SLUG :: ছিগা মথাউৰি নিৰ্মাণকলৈ ৰাজ্য চৰকাৰৰ নতুন নীতি।

Body:O/C :: বানপানী সমস্যাকলৈ ৰাজ্য চৰকাৰৰ নতুন নীতি। আৰু মেৰামতি নহব ছিগা মথাউৰি। এতিয়াৰ পৰা পুনৰনিৰ্মান হব ৰাজ্যৰ সকলো ছিগা মথাউৰি। আজি হাইলাকান্দিত "মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন" শীৰ্ষক এক অনুষ্ঠানত যোগদান কৰি এই মন্তব্য আগবৰায় জলসম্পদ মন্ত্ৰী কেশব মহন্তয়। লগতে অহা দিনত নিৰ্মাণ হোব লগিয়া মথাউৰি সমূহ নিৰ্মাণৰ পিছতো তিনি বছৰলৈকে মথাউৰি সমূহ ৰক্ষনাবেক্ষনৰ দায়িত্বত থাকিব ঠিকাদাৰ সকল বুলিও মন্তব্য কৰে মন্ত্ৰী কেশব মহন্তয়। ইপিনে CABক লৈ অসম গণ পৰিষদ পূৰ্বৰ স্থিতিত অটল আছে বুলিও মন্তব্য আগবৰায় মন্ত্ৰী গৰাকীয়ে।

byte :: Keshab Mahanta, MinisterConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.