ETV Bharat / state

অপহৰণকাৰীৰ ৰূপত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষক

author img

By

Published : Jun 8, 2019, 9:59 PM IST

হাইলাকান্দি জিলাৰ লালা আৰক্ষী থানাৰ অন্তৰ্গত কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক নিজ শিক্ষকেই অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত শিক্ষক সুৰজ নাথক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই স্থানীয় ছাত্ৰ সংগঠন তথা স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে ।

অপহৰণকাৰীৰ ৰূপত শিক্ষক : স্কুলীয়া ছাত্ৰ - ছাত্ৰী তথা দল - সংগঠনৰ প্ৰতিবাদ

হাইলাকান্দি, ৮ জুন : হাইলাকান্দিত এগৰাকী শিক্ষকে ঈদৰ আনন্দৰ মাজতে অপহৰণ কৰিলে নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক । এই কাণ্ড সংঘটিত হৈছে হাইলাকান্দি জিলাৰ লালা আৰক্ষী থানাৰ অধীনৰ ৰাজেশ্বৰপুৰ গাঁৱৰ কোহিনুৰ আদৰ্শ বিদ্যালয় নামৰ এখন বেচৰকাৰী বিদ্যালয়ত । ঈদৰ নামাজৰ পাছৰ পৰাই নাবালিকা ছাত্ৰী গৰাকী নিখোজ হৈ থকাৰ লগতে পলাতক অৱস্থাত আছে অভিযুক্ত শিক্ষক সুৰজ নাথ । ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক তথা স্থানীয় দল - সংগঠনে অভিযোগ উত্থাপন কৰা অনুসৰি শিক্ষকজনে বুদ্ধি কৰি অপহৰণ কৰি নিছে ছাত্ৰী গৰাকীক ।

অপহৰণকাৰীৰ ৰূপত শিক্ষক : স্কুলীয়া ছাত্ৰ - ছাত্ৰী তথা দল - সংগঠনৰ প্ৰতিবাদ

শনিবাৰে ছাত্ৰীগৰাকীক অক্ষতভাৱে উদ্ধাৰৰ দাবীত স্থানীয় ছাত্ৰ সংগঠন সমূহৰ নেতৃত্বত স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে লালা থানা ঘেৰাও কৰে ।

SLUG :: হাইলাকান্দিত শিক্ষকে অপহৰণ কৰিলে স্কুলিয়‍া ছাত্ৰীক। 

Reporter :: ANUPOM SINGHA

O/C :: হাইলাকান্দিত এগৰাকী শিক্ষকে অপহৰণ কৰিলে নিজ স্কুলিয়া ছাত্ৰীক। ঈদৰ দিনা অপহৰণ হোৱা নাবালিকা এই ছাত্ৰীক উদ্ধাৰৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল সংঘঠনে। ছাত্ৰ ছাত্ৰীক লগতলৈ লালা থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে দল সংঘঠন সমূহে। 

V/O :: ঈদৰ আনন্দৰ মাজতে হাইলাকান্দিত অপহৰণ। শিক্ষকে অপহৰণ কৰিলে নিজ নাবালিক‍া স্কুলিয়া ছাত্ৰীক। যোৱা বুধবাৰৰ পৰা পলাতক অভিযুক্ত শিক্ষক সুৰজ নাথ। হাইলাকান্দি জিলাৰ লালা আৰক্ষী থানাৰ অধীনৰ ৰাজেশ্বৰপুৰ গাওঁত থকা কোহিনুৰ আদৰ্শ বিদ্যালয় নামৰ এখন বেচৰকাৰী বিদ্যালয়ত সংঘঠিত হৈছে এই ঘটনা। ঈদৰ নমাজৰ পিছৰ পৰাই নিজ ঘৰৰ পৰা নিখোজ আছে এগৰাকী নাবালিকা ছাত্ৰী। পিছত ছাত্ৰী গৰাকীক শিক্ষক সুৰজ নাথে ছলনাৰে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীৰ পৰিয়ালৰ লোক আৰু স্থানীয় দল সংঘঠনে। আজি এই ছাত্ৰী গৰাকীক অক্ষত উদ্ধাৰৰ দাবীত স্থানীয় ছাত্ৰ সংঘঠন সমূহৰ নেতৃত্বত স্কুলিয়া ছাত্ৰ ছাত্ৰীয়ে এক প্ৰতিবাদি সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। পিছত লালা থানা ও ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। 

byte :: 

1. Local Organisation
2. Police
#######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.