ETV Bharat / state

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি - MLA ANUWAR HUSSAIN

বৰাক উপত্যকাত পুনৰ আৰম্ভ হৈছে স্বাভাৱিক জীৱন-যাত্ৰা ৷ ইণ্টাৰনেটৰ লগতে বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰৰ জৰুৰীকালীন সেৱা আৰম্ভ কৰা হৈছে ৷

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি
author img

By

Published : May 14, 2019, 6:08 PM IST

হাইলাকান্দি,14 মে': ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দি। মঙলবাৰ পুৱা ৬.১৪ মিনিটৰ পৰা বৰাক উপত্যকাত পুনৰ আৰম্ভ হয় ইণ্টাৰনেট সেৱা। ইণ্টাৰনেটৰ লগতে বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰৰ জৰুৰীকালীন সেৱাও পুনৰ মুকলি কৰা হয় ।

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি

মঙলবাৰৰ পৰা অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও অনুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন। সমগ্ৰ পৰিস্থিতিক লৈ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে হাইলাকান্দি ৰাইজক শান্তি সম্প্ৰীতি বজায় ৰখাৰো আহ্বান জনায়।

Slug:-ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দিৰ পৰিস্তিতি ।

O/C:-ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দি। মঙ্গলবাৰ পুৱা ৬.১৪ মিনিটৰ পৰা পুনৰ চালু হয় বৰাক উপত্যকাৰ ইণ্টাৰনেট পৰিসেৱা। ইণ্টাৰনেটৰ লগতে আজিৰ পৰা হাইলাকান্দিত চালু হৈছে ব্যাঙ্ক, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিদ্যালয় মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰি কালিন পৰিসেৱা। মঙ্গলবাৰৰ পৰা অসম বিস্যবিদ্যালয়কে ধৰি কেইবাটো অনুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা ৭টাৰ পৰা নিশা ১২ টা  লৈকে শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন। আৰু অাজি নিশা ১২ টাৰ পৰা ৰাতিপুৱা ৭ টা বজালৈকে জাৰি থাকিব সান্ধ্য আইন। ইপিনে বিধায়ক আনোৱাৰ হুসেন লস্কৰে হাইলাকান্দি ৰাইজক শান্তি সম্প্ৰতি বজায় ৰখাৰ ও আহ্ববান জনাইছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.