ETV Bharat / state

বৰাকত তৃতীয় দিনাও অব্যাহত আছে ৰে'ল পথ অৱৰোধ কাৰ্যসূচী - মিজোৰাম চৰকাৰ

হাইলাকান্দিত অব্যাহত আছে প্ৰতিবাদ ৷ অসম-মিজোৰাম সীমান্তৰ সমস্যা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ ৷ শীঘ্ৰে সমস্যা সমাধানৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ ৷

railroad-blockade-continues-for-third-day-in-hailakandi-to-resolve-border-issues
বৰাকত তৃতীয় দিনাও অব্যাহত আছে ৰে'ল পথ অৱৰোধ কাৰ্যসূচী
author img

By

Published : Nov 9, 2020, 12:03 PM IST

হাইলাকান্দি, 9 নৱেম্বৰ : অসম-মিজোৰাম সীমান্তকলৈ বৰাক উপত্যকাৰ তিনি জিলাত মিজো চৰকাৰ তথা সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ কিন্তু দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সমস্যা সমাধান নোহোৱাৰ বাবে অসম-মিজোৰাম সীমান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰতিবাদ ।

railroad-blockade-continues-for-third-day-in-hailakandi-to-resolve-border-issues
বৰাকত তৃতীয় দিনাও অব্যাহত আছে ৰে'ল পথ অৱৰোধ কাৰ্যসূচী

দেওবাৰে পুনৰ হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ বাবে হাইলাকান্দি মাহম্দপুৰ ৰে'ল পথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰতিবাদত অসম চৰকাৰ হায় হায়,মিজোৰাম চৰকাৰ মুৰ্দাবাদ,মিজো সংগঠন হায় হায় আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

প্ৰতিবাদকাৰীৰ দাবী অনুসৰি,শীঘ্ৰে সীমান্ত সমস্যা সমাধান কৰিব লাগে অন্যথা ৰে'ল পথ অবৰোধ অব্যাহত থাকিব বুলি জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৷

লগতে পঢ়ক : ট্ৰাম্পৰ বিফলতাৰ কাৰণ হয়তো ক'ভিড-19 হ'ব পাৰে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.