ETV Bharat / state

অসম-মিজোৰাম সীমান্তক লৈ কৃষক নেতা বেদান্ত লস্কৰৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 20, 2020, 9:49 PM IST

অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা বেদান্ত লস্কৰে ৷ তেওঁ কয় যে, এই সীমান্ত সমস্যা বিজেপি চৰকাৰে সমাধান কৰাৰ কোন পৰিকল্পনা নাই; কাৰণ বিজেপি চৰকাৰে এই সীমান্ত সমস্যাক লৈ ৰাজনীতি কৰিব বিচাৰিছে যাৰ বাবে এই সমস্যা সমধান নকৰে বিজেপি চৰকাৰে ।

RAIJOR DOL PRESS MEET AT HAILAKANDI
RAIJOR DOL PRESS MEET AT HAILAKANDI

হাইলাকান্দি, 20 অক্টোবৰ : অসম মিজোৰাম সীমান্তকলৈ উত্তপ্ত পৰিস্থিতি কাছাৰ জিলাৰ লায়লাপুৰত। কেইদিনমান পূৰ্বে অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল অসমৰ মাটিত থকা কেইবাখনো দোকানৰ লগতে ঘৰ-বাৰী ৷ তাৰ পিচৰ পৰা সীমান্তত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷

RAIJOR DOL PRESS MEET AT HAILAKANDI
অসম-মিজোৰাম সীমান্তকলৈ কৃষক নেতা বেদান্ত লস্কৰৰ প্ৰতিক্ৰিয়া

ঘটনাস্থলীত আহি উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে সীমান্ত সুৰক্ষাৰ ADGP মুকেশ আগৰৱালা আৰু বিভিন্ন আমোলা বিষয়া। অসম-মিজোৰাম সীমান্তৰ এই সমস্যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা বেদান্ত লস্কৰে ৷ তেওঁ কয় যে, সীমান্তৰ এই সমস্যা বিজেপি চৰকাৰে সমাধান কৰাৰ কোন পৰিকল্পনা নাই; কাৰণ বিজেপি চৰকাৰে এই সীমান্ত সমস্যাক লৈ ৰাজনীতি কৰিব বিচাৰিছে যাৰ বাবে এই সমস্যা সমধান নকৰে বিজেপি চৰকাৰে । লগতে অতি সোনকালে এই সমস্যা সমাধান নকৰিলে অহা কেইবাদিনৰ ভিতৰত বৰাকৰ তিনি জিলাৰ সীমান্ত সমস্যাকলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন গঢ়ি তুলিব বুলি জনায় কৃষক নেতাজনে । হাইলাকান্দি জিলাত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এখন সভাত এই মন্তব্য প্ৰধান কৰিছে কৃষক নেতা বেদান্ত লস্কৰে ।
লগতে পঢ়ক : ৰাজ্যত নিয়ন্ত্ৰণহীন যোগান বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.