ETV Bharat / state

ডাম্পিং ইয়াৰ্ডকলৈ উত্তপ্ত হাইলাকান্দি - পৌৰসভা

হাইলাকান্দিৰ টেমপুৰ গাঁৱত ডাম্পিং ইয়াৰ্ডৰ দুৰ্গন্ধ ৷ ডাম্পিং ইয়াৰ্ডটো বিভিন্ন ৰোগৰ কাৰক বুলি উল্লেখ ৰাইজৰ ৷ আনহাতে, একাংশ লোকে নিজ ইচ্ছাত ঘৰ বনোৱাৰ অভিযোগ পৌৰসভাৰ সদস্যৰ ৷

ডাম্পিং ইয়াৰ্ডকলৈ উত্তপ্ত হাইলাকান্দি
author img

By

Published : Jul 19, 2019, 2:34 PM IST

হাইলাকান্দি, 19 জুলাই : হাইলাকান্দি পৌৰসভাৰ ডাম্পিং ইয়াৰ্ডক কেন্দ্ৰ কৰি সৃষ্টি টেমপুৰ গাঁৱত উত্তপ্ত পৰিস্থিতিৰ ৷ পৌৰসভাৰ জাৱৰ বহনকাৰী 5 খন বাহনক খেদি পঠিয়াই গাঁওবাসীয়ে ৷ ডাম্পিং ইয়াৰ্ডৰ দুৰ্গন্ধত ঘৰতে থাকিব নোৱাৰা পৰিস্থিতি উদ্ভৱ হোৱাৰ অভিযোগ গাঁওবাসীৰ ৷ পৌৰসভাই অতি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই অঞ্চলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি উল্লেখ কৰে ৰাইজে ৷ ইফালে, 1970 চনত সেই ভূমি ক্ৰয় কৰি ডাম্পিং ইয়াৰ্ড নিৰ্মাণ কৰা বুলি জনায় পৌৰসভা কৰ্তৃপক্ষই ৷ সেই সময়ত তাত কোনো জনবসতি নাছিল । পাচত একাংশ লোকে উক্ত স্থানত নিজ ইচ্ছাত ঘৰ নিৰ্মাণ কৰি বৰ্তমান এই পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে পৌৰসভাৰ ড্ৰাইভাৰ আৰু কৰ্মী এজনক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে পৌৰসভাৰ সদস্যসকলে । এতিয়া এই অভিযোগ প্ৰতি-অভিযোগৰ বাবে উত্তপ্ত হৈ পৰিছে হাইলাকান্দি ৷

Intro:SLUG :: পৌৰসভাৰ ডাম্পিং ইয়াৰ্ডকলৈ উত্তেজনা হাইলাকান্দিত।
Body:
O/C :: হাইলাকান্দি চহৰতলীৰ টেমপুৰ গাওঁত আজি সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। গাওঁ খনৰ কাষত থকা হাইলাকান্দি পৌৰসভাৰ ডাম্পিং ইয়াৰ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্হিতিৰ। টেমপুৰ গাওঁৰ ৰাইজৰ দাবী এই ডাম্পিং ইয়াৰ্ডৰ দুৰ্গন্ধত ঘৰতে থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। পৌৰসভায় অতি অস্বাস্থ্যকৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে এই অঞ্চলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাব হোৱাৰ ও অভিযোগ উত্থাপন কৰি আজি স্থানীয় ৰাইজে পৌৰসভাৰ জাবৰ বহনকাৰী ৫খন বাহনক তাৰ পৰা খেদি পঠিয়ায়। ইপিনে এই ঘটনাৰ পিছতে পৌৰসভাৰ ফালৰ পৰা আয়োজন কৰা হয় এক সংবাদমেলৰ। সংবাদমেলত পৌৰসভাৰ দাবী ১৯৭০ ইংৰাজীত পৌৰসভায় এইখন জমি ক্ৰয় কৰি তাতে ডাম্পিং ইয়াৰ্ড নিৰ্মান কৰিছিল। তেতিয়া তাত কোন জনবসতি নাছিল। কিন্তু পিছতে এইসকলে লোকে তাত নিজ ইচ্ছাত ঘৰ বনাই বৰ্তমান পৰিস্হিতিৰ সৃষ্টি কৰিছে। লগতে পৌৰসভাৰ ড্ৰাইভাৰ অাৰু কৰ্মী এজনক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে পৌৰসভাৰ সদস্য সকলে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক অস্বস্তিকৰ পৰিস্হিতিৰ সৃষ্টি হৈছে হাইলাকান্দিত।

byte ::
1. Local
2. Driver
3. municipality commissioner

######Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.