হাইলাকান্দি, 25 জুলাইঃ হাইলাকান্দি কাটলিছেড়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি ৷ পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বাবেই ৰাইজৰ মাজত তীব্ৰ সমালোচনা ৷ স্বাধীনতাৰ সুদীৰ্ঘ 70 বছৰ পাচতো পকী পথকলৈ সপোন দেখা গঞা ৰাইজৰ ক্ষোভ প্ৰকাশ ৷ উল্লেখ্য যে, হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা চক্ৰৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷ যাৰ বাবে হাইলাকান্দিৰ বিন্নি কনছট্ৰাকশ্বন নামৰ ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে স্থানীয় অভিচি মোৰ্চাৰ সভাপতি পৰিতোষ নাথে ৷
হাইলাকান্দি কাটলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতি - assam news
হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷
হাইলাকান্দি, 25 জুলাইঃ হাইলাকান্দি কাটলিছেড়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি ৷ পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বাবেই ৰাইজৰ মাজত তীব্ৰ সমালোচনা ৷ স্বাধীনতাৰ সুদীৰ্ঘ 70 বছৰ পাচতো পকী পথকলৈ সপোন দেখা গঞা ৰাইজৰ ক্ষোভ প্ৰকাশ ৷ উল্লেখ্য যে, হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা চক্ৰৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷ যাৰ বাবে হাইলাকান্দিৰ বিন্নি কনছট্ৰাকশ্বন নামৰ ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে স্থানীয় অভিচি মোৰ্চাৰ সভাপতি পৰিতোষ নাথে ৷
byte :: পৰিতোষ নাথ & headman কালিদাস পুঞ্জি