হাইলাকান্দি, 10 আগষ্টঃ হাইলাকান্দিত বিগত 15 বছৰে নিৰ্মাণ নহ’ল এখন দলং ৷ চৰকাৰ সলনি হোৱাৰ পাচতো অন্ত নপৰিল ৰাইজৰ দুৰ্দশা ৷ হাইলাকান্দিৰ বন্দুকমাৰা অঞ্চলত বিগত 15 বছৰ আগতে নিৰ্মাণ আৰম্ভ হৈছিল এখন পকী দলঙৰ কাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ ন'হল দলং নিৰ্মাণৰ কাম ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ৷ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ স্থানীয় ৰাইজে নিজেই নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং ৷ কিন্তু বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰ কৰাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
হাইলাকান্দিত 15 বছৰে নিৰ্মাণ ন'হল এখন দলং - assam news
হাইলাকান্দিৰ বন্দুকমাৰা অঞ্চলত বিগত 15 বছৰ আগতে নিৰ্মাণ আৰম্ভ হৈছিল এখন পকী দলঙৰ কাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ নহ’ল দলং নিৰ্মাণৰ কাম ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ৷
হাইলাকান্দি, 10 আগষ্টঃ হাইলাকান্দিত বিগত 15 বছৰে নিৰ্মাণ নহ’ল এখন দলং ৷ চৰকাৰ সলনি হোৱাৰ পাচতো অন্ত নপৰিল ৰাইজৰ দুৰ্দশা ৷ হাইলাকান্দিৰ বন্দুকমাৰা অঞ্চলত বিগত 15 বছৰ আগতে নিৰ্মাণ আৰম্ভ হৈছিল এখন পকী দলঙৰ কাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ ন'হল দলং নিৰ্মাণৰ কাম ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ৷ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ স্থানীয় ৰাইজে নিজেই নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং ৷ কিন্তু বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰ কৰাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
Body:O/C:-চৰকাৰ সলনি হৈছে যদি ও সলনি হোৱা নাই ৰাইজৰ দুৰ্দশা।বিভিন্ন প্ৰতিবাদ আৰু আন্দোলনৰ ফলত বিগত ১৫ বছৰ পূৰ্বে হাইলাকান্দি বন্দুকমাৰা অঞ্চলত অাৰম্ব হৈছিল এটা পকা দলংৰ কাম কিন্ত আজিলোকৈ সম্পূৰ্ণ নহল এই পকা দলং যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে বন্দুকমাৰা ৰাইজে।বিভিন্ন বাৰ বন্দুকমাৰা ৰাইজে জিলা প্ৰশাসন তথা বিভাগীয় কতৃপক্ষক দাবী জনায় আহিছে যদি ও এটিয়া উপায়হীন হৈ স্থানীয় ৰাইজে নিজে ও এখন বাঁশৰ দলং নিৰ্মাণ কৰি যাতায়েত আৰম্ভ কৰিছে। এটিয়া ৰাইজে বিকাশ আৰু উন্নয়নৰ কথা কোৱা চৰকাৰ উচৰত অতি সোনকালে এই দলংৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনাইছে।Conclusion: