ETV Bharat / state

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ আৰক্ষীৰ - আৰক্ষী কনিষ্টবল

বিগত বৰ্ষত ৰাজেশ বৈদ্য নামৰ কনিষ্টবলগৰাকীয়ে ঘোচ লোৱাৰ দৃশ্য কেমেৰাত কৰিছিল এটা ব্যক্তিগত টেলিভিশ্বন চেনেলৰ সাংবাদিক ৰাজেশ দাসে ৷

হাইলাকান্দিত সাংবাদিকৰ উপৰত আৰক্ষীৰ আক্ৰমণ!
author img

By

Published : Jul 22, 2019, 11:00 AM IST

হাইলাকান্দি , 22 জুলাই:দেওবাৰে নিশা হাইলাকান্দিত আৰক্ষী কনিষ্টবল এজনে সাংবাদিক এগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত বৰ্ষত ৰাজেশ বৈদ্য নামৰ কনিষ্টবলগৰাকীয়ে উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল এটা ব্যক্তিগত টেলিভিশ্বন চেনেলৰ সাংবাদিক ৰাজেশ দাসে ৷ ফলত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ বৈদ্য ৷

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ আৰক্ষীৰ

ইয়াৰে পাচতে পুনৰ চাকৰিত যোগদান কৰি কনিষ্টবলগৰাকীয়ে সাংবাদিকগৰাকীৰ ওপৰত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে আক্ৰমণৰ সময়ত কনিষ্টবলজন সুৰামত্ত অৱস্থাত থকাৰো অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ।

Intro:Slug:-হাইলাকান্দি সাংবাদিকৰ উপৰত পুলিশৰ আক্ৰমন।

Body:O/C:-সত্য প্ৰকাশৰ উপহাৰ। আৰক্ষীৰ হাতত নিগৃহীত সাংবাদিক। হাইলাকান্দিত দেৱবাৰে নিশা নিজ কৰ্তব্য সামৰি ঘৰলৈ ওভতি যোৱাৰ সময় ৰাজেশ বৈদ্য নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ আক্ৰমনৰ শিকাৰ হব লগিয়া হল ৰাজেশ দাস নামৰ হাইলাকান্দি জিলাৰ এজন সাংবাদিকক। ৰাজেশ দাস DY365 চ্যানেলৰ হাইলাকান্দিৰ প্ৰতিনিধি। যোৱা বছৰত এই গৰাকী কনিষ্টবলে ঘোচ লোৱাৰ দৃশ্য গ্ৰহন কৰিছিলে সাংবাদিক গৰাকীয়ে। ইয়াৰ পিছত ৩ মাহৰ বাবে চাকুৰীৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ বৈদ্য। পিছত পুনৰ চাকুৰীত যোগদান কৰিয়ে সুযোগ পাই আক্ৰমন চলায় সাংবাদিক গৰাকীৰ উপৰত। আক্ৰমনৰ সময়ত কনিষ্টবল জন সুৰামত্ত থকাৰ ও অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.