ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

author img

By

Published : Aug 26, 2019, 1:52 PM IST

হাইলাকান্দিৰ ধলাই গড়কাপ্তানি পথ আৰু ধলাই বাগানৰ সৈতে কাঠলিছেড়া সংযোগী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷ পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

হাইলাকান্দি, 26 আগষ্টঃ হাইলাকান্দিৰ ধলাই গড়কাপ্তানি পথ আৰু ধলাই বাগানৰ সৈতে কাঠলিছেড়া সংযোগী পথৰ দুৰৱস্থা । জিলাখনৰ কাঠলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেই ধলাই চিকিৎসালয়,বাগান,আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠান সংযোগী একমাত্ৰ পথ। কিন্তু বিগত ১৫ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰিছে পথটো। স্থানীয় ৰাইজে পথটোৰ উন্নয়নৰ বাবে বহুবাৰ দাবী কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

বিগত তিনি বছৰে বিধায়ক গৰাকীয়ে পথটো উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে যদিও কোনো দিনেই কাৰ্যত পৰিণত নোহোৱাৰ অভিযোগ৷ সেয়েহে এতিয়া পথটো নিৰ্মাণৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ৷ লগতে বিধায়ক সুজাম উদ্দিন, গড়কাপ্তানি মন্ত্ৰী তথা বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

Intro:SLUG :: বেয়া পথৰ বাবে হাহাকাৰ হাইলাকান্দিত।
Body:
O/C :: ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ সৰ্বত্ৰ এতিয়া বেয়া পথক লৈ হাহাকাৰ। সংকটজনক ৰূপ লৈছে ৰাজ্যৰ প্ৰায় প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাটপথে। এয়া হাইলাকান্দি জিলাৰ ধলাই গৰকাপ্তানী পথ আৰু এয়া ধলাই বাগানৰ সৈতে কাঠলিছেড়া চহৰ সংযোগী গৰকাপ্তানী পথৰ দৃশ্য। জিলাখনৰ কাঠলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেৰে ধলাই চিকিৎসালয়,বাগান, অাদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত যাতায়াতৰ এইটোয়ে একমাত্ৰ পথ। কিন্তু বিগত ১৫ বছৰৰ পৰা পথটো উপৰত সৃষ্টি হৈছে এনে বিশাল বিশাল পুখুৰীৰ। কিছু স্থানৰ কদৰ্যময় পৰিস্হিতি দেখিলে আপুনি ভাবিব নোৱাৰিব এয়া পথ নে পথাৰ। এনেই অবস্থাত এতিয়া দিন যাপন কৰিবলগা হৈছে কাঠলিছেড়া সমষ্টিৰ ধলাই ৰাইজে।
কিন্তু ইমানৰ পিছতেও কুম্ভনুদ্ৰাত গৰকাপ্তানী বিভাগ সহ স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ। যোৱা তিনি বছৰে বিধায়ক গৰাকীয়ে প্ৰতিশ্ৰুতি দি আহিছে কিন্তু আজিলোকে এটা পাথৰ অথবা এক গাড়ি মাটি ও পেলাই দিয়া নাই এই পথটোত আৰু এদিনৰ দিনৰ বাবেও নিজ সমষ্টিৰ এই সকল পথ মেৰামতিৰ কথা উত্থাপন নকৰিলে বিধানসভাত। গৰকাপ্তানী বিভাগেও এই পথটোৰ মেৰামতিৰ বাবে নললে কোন ব্যবস্হা। এতিয়া স্থানীয় লোকে নিজাকে সামান্য মেৰামতি কৰি চলন উপযোগী কৰিছে পথখন। লগতে প্ৰতিবাদত বিধায়ক সুজাম উদ্দিন মুৰ্দাবাদ,গৰকাপ্তানী মন্ত্ৰী হায় হায়,PWD EXECUTIVE ENGINEER মুৰ্দাবাদ আদি শ্লেগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থল।

byte :: localConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.