ETV Bharat / state

কাটাখাল নৈৰ খহনীয়াত ভীতিগ্ৰস্ত নৈ পৰীয়া ৰাইজ - কাটাখাল নৈৰ খহনীয়া

হাইলাকান্দি জিলাৰ শালচাপৰা তৃতীয় খণ্ডৰ‌ ৰায়পাৰাত কাটাখাল নৈৰ প্ৰৱল খহনীয়া ৷ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে সমগ্ৰ গাঁও ৷

massive river bank erosion of katakhal river

author img

By

Published : Sep 14, 2020, 4:36 AM IST

শিলচৰ, 13 ছেপ্টেম্বৰ : কাটাখাল নদীৰ খহনীয়াৰ ফলত আতংকিত হৈছে হাইলাকান্দি জিলাৰ শালচাপৰা তৃতীয় খণ্ডৰ‌ ৰায়পাৰা গাঁৱৰ সাধাৰণ ৰাইজ । পানী কমি যোৱাৰ পাচতে কাটাখাল নদীৰ খহনীয়াই তীব্র ৰূপ লৈছে । বহু বছৰৰ পৰা খহনীয়া চলি আহিছে অঞ্চলটোত । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সাধাৰণ মানুহৰ ঘৰ-বাৰী বৰ্তমান খহনীয়াৰ কবলত ।

কাটাখাল নৈৰ খহনীয়াত ভীতিগ্ৰস্ত নৈ পৰীয়া ৰাইজ

খহনীয়াৰ কবলত এতিয়া যি কোনো সময়ত সম্পূর্ণ গাঁওখন জাহ যোৱাৰ উপক্ৰম হৈছে ৷ সময় থাকোঁতেই স্থানীয় বিধায়ক কিশোৰ নাথ আৰু জল সম্পদ বিভাগে খহনীয়াৰ বাবে পদক্ষেপ ল’লে ৰাইজৰ সংকটমোচন হ'ব বুলি উল্লেখ কৰে ৰাইজে ।

লগতে পঢ়ক : ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.