ETV Bharat / state

অসম-মিজোৰাম সীমান্তত অঘটন: ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাটা ছুমু বাগৰি নিহত তিনি - major accident at assam mizoram border three died

হাইলাকান্দিৰ সীমান্তৱর্তী কচৰথলত সংঘটিত হ'ল এই ভয়াৱহ দুৰ্ঘটনা ৷

three died
অসম-মিজোৰাম সীমান্তত অঘটন: ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাটা ছুমু বাগৰি নিহত তিনি
author img

By

Published : Nov 26, 2019, 3:22 PM IST

হাইলাকান্দি, 26 নৱেম্বৰ: সোমবাৰে হাইলাকান্দিৰ অসম- মিজোৰাম সীমান্তৱৰ্তী কচৰথলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাটা ছুমু বাগৰি প্ৰাণ গ'ল তিনিজনকৈ লোকৰ ৷ ঘটনা অনুসৰি মিজোৰাম অভিমুখে গৈ থকা অৱস্থাত ভাইছেড়া অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে এ এস -24 C 4564 নম্বৰৰ টাটা ছুমুখন ৷ যাৰ ফলত থিতাহে নিহত হয় ছুমুখনৰ 3 গৰাকী আৰোহী লগতে আহত হয় আন 12 গৰাকীকৈ যাত্ৰী ৷ নিহত লোককেইজনৰ নাম হ'ল ক্ৰমে, হাবিব আলি, ছাবুল হুচেইন আৰু লাল দবি মিজো ৷ ইফালে প্ৰথম অৱস্থাত আহতসকলক কাটলিচৰা চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও পাছলৈ চিকিৎসকে আহত লোকসকলক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

অসম-মিজোৰাম সীমান্তত অঘটন: ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাটা ছুমু বাগৰি নিহত তিনি

আৰু পঢ়ক: বিজেপি নেতা জয়প্ৰকাশ মজুমদাৰক প্ৰহাৰ তৃণমূল সমৰ্থকৰ

Intro:Sulg : হাইলাকান্দিত ভয়াবহ পথ দুৰ্ঘটনা।নিহত তিনি।

Body:
O/C : হাইলাকান্দি জিলাৰ অসম -মিজোৰাম সীমান্তবর্তী কচৰথলত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে । অসমৰ হাইলাকান্দি জিলাৰ পৰা মিজোৰামত যোৱাৰ সময় সিমান্তবৰ্তী ভাইছেড়া অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰী পৰে এখন টাটা ছুম গাড়ী (নং এ এস -24 C 4564)। দুৰ্ঘটনাত কবলত পৰি থিতাতেই নিহত হৈছে 3 গৰাকী আৰোহী । লগতে আহত হৈছে আন ১২ গৰাকী যাত্ৰী। নিহত সকল হৈছে (১) হাবিব আলি (২) ছাবুল হুচেইন আৰু (৩) লাল দবি মিজো। আহত সকলক প্ৰথমত কাটলিচৰা হাসপাতালত অনা হয় যদি ও চিকিৎসকৰ পৰামৰ্শত তেওঁলোকক শিলচৰৰ মেডিক্যাল কলেজ হাসপাতালত ভৰ্তি কৰোৱা হৈছে বুলি জনা গৈছে ।।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.