ETV Bharat / state

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

বিগত বৰ্ষত কনিষ্টবল গৰাকীয়ে NRC ভেৰিফিকেছনৰ নামত ঘোচ লোৱাৰ দৃশ্য গ্ৰহণ কৰিছিল সাংবাদিক গৰাকীয়ে ৷ ইয়াৰ পাচত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ যাৰ বাবে পুনৰ চাকৰিত যোগদান কৰিয়ে সুযোগ পাই প্ৰতিশোধ লোৱাৰ বাবে আক্ৰমণ চলায় সাংবাদিক গৰাকীৰ ওপৰত

author img

By

Published : Jul 22, 2019, 10:18 PM IST

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

হাইলাকান্দি,22 জুলাইঃ হাইলাকান্দিত সুৰামত্ত আৰক্ষী কনিষ্টবলৰ আক্ৰমণ সাংবাদিকৰ ওপৰত। সুৰামত্ত অৱস্থাত যুৱ সাংবাদিক ৰাজেশ দাসৰ ওপৰত আক্ৰমণ চলাই ৰাজেশ শুক্লবৈদ্য নামৰ আৰক্ষী কনিষ্টবল গৰাকীয়ে ৷ আৰক্ষী কনিষ্টবলে উৎকোচ লোৱাৰ সংবাদ পৰিৱেশন কৰাৰ বাবেই আক্ৰমণৰ অভিযোগ উত্থাপন ৷ লগতে কনিষ্টবল গৰাকীয়ে ম'বাইল ভাঙি দিয়াৰো অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে,বিগত বৰ্ষত কনিষ্টবল গৰাকীয়ে NRC ভেৰিফিকেছনৰ নামত ঘোচ লোৱাৰ দৃশ্য গ্ৰহণ কৰিছিল সাংবাদিক গৰাকীয়ে ৷ ইয়াৰ পাচত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ যাৰ বাবে পুনৰ চাকৰিত যোগদান কৰিয়ে সুযোগ পাই প্ৰতিশোধ লোৱাৰ বাবে আক্ৰমণ চলায় সাংবাদিক গৰাকীৰ ওপৰত। লগতে কনিষ্টবল গৰাকীৰ লগত আন 5/6 গৰাকী চি আৰ পি এফ জোৱানও এই আক্ৰমণত জড়িত থকাৰ কথা ব্যক্ত কৰে সাংবাদিক গৰাকীয়ে ৷

হাইলাকান্দিত সাংবাদিকক আক্ৰমণ কনিষ্টবলৰ

আনহাতে, ঘটনা সন্দৰ্ভত সাংবাদিক ৰাজেশ দাসে হাইলাকান্দি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছে ৷ গোচৰৰ ভিত্তিতে হাইলাকান্দি আৰক্ষীয়ে ৰাজেশ বৈদ্য নামৰ আৰক্ষী কনিষ্টবল গৰাকীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে ৷

Intro:Slug :: হাইলাকান্দিত সুৰামত্ত আৰক্ষী কনিষ্টবলৰ আক্ৰমন সাংবাদিকৰ উপৰত।

Body:O/C :: ৰাজ্যত পুনৰ সংঘঠিত হৈছে সাংবাদিক নিগ্ৰহৰ জঘন্য ঘটনা। এইবাৰ সুৰামত্ত আৰক্ষী কনিষ্টবলৰ আক্ৰমনৰ শিকাৰ হৈছে হাইলাকান্দি জিলাৰ যুব সাংবাদিক ৰাজেশ দাস। যোৱা নিশা সুৰামত্ত অবস্থাত ৰাজেশ দাসৰ উপৰত আক্ৰমন চলায় ৰাজেশ শুক্লবৈদ্য নামৰ এগৰাকী আৰক্ষী কনিষ্টবলে। লগতে ভাঙি দিয়ে ৰাজেশ দাসৰ মোবাইল ফোনও।

Conclusion:V/O :: সত্য প্ৰকাশৰ উপহাৰ। আৰক্ষীৰ হাতত নিগৃহীত সাংবাদিক। আৰক্ষী কনিষ্টবলে উৎকোচ লোৱাৰ সংবাদ পৰিবেশন কৰাৰ বাবে সাংবাদিকৰ প্ৰাননাশৰ চেষ্টা। হাইলাকান্দিত দেৱবাৰ নিশা নিজ কৰ্তব্য সামৰি ঘৰলৈ ওভতি যোৱাৰ সময় ৰাজেশ শুক্লবৈদ্য নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ আক্ৰমনৰ শিকাৰ হব লগিয়া হল ৰাজেশ দাস নামৰ হাইলাকান্দি জিলাৰ এজন সাংবাদিকক। ৰাজেশ দাস DY365 চ্যানেলৰ হাইলাকান্দিৰ প্ৰতিনিধি। যোৱা বছৰত এই গৰাকী কনিষ্টবলে NRC ভেৰিফিকেছনৰ নামত ঘোচ লোৱাৰ দৃশ্য গ্ৰহন কৰিছিলে সাংবাদিক গৰাকীয়ে। ইয়াৰ পিছত ৩ মাহৰ বাবে চাকুৰীৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য। পিছত পুনৰ চাকুৰীত যোগদান কৰিয়ে সুযোগ পাই প্ৰতিশোধ লোৱাৰ বাবৰ আক্ৰমন চলায় সাংবাদিক গৰাকীৰ উপৰত। আক্ৰমনৰ সময়ত কনিষ্টবল জন সুৰামত্ত থকাৰ ও অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। তেওঁৰ লগতে ৫/৬ জন চিআৰপিএফ জোৱানও এই আক্ৰমনত আছিলে। পিছত স্থানীয় লোকৰ সহায়তাত প্ৰাণত বাচিবলৈ সক্ষম হৈছে সাংবাদিক গৰাকী। আক্ৰমনৰ ফলত সম্পূৰ্ণৰূপে ক্ষতি গ্ৰস্থ হৈছে সাংবাদিক গৰাকীৰ মোবাইল ফোন। ঘটনাৰ পিছত সাংবাদিক ৰাজেশ দাসে হাইলাকান্দি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে ৰাজেশ বৈদ্য নামৰ আৰক্ষী কনিষ্টবল জনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰন কৰিছে।এই ঘটনাক কেন্দ্ৰ কৰী হাইলাকান্দিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

byte : 1.SP

2.VICE PRESIDENT HAILAKANDI PRESS CLUB

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.