ETV Bharat / state

হাইলাকান্দিত স্কুটিত অহা চোৰে লুটিলে 5 লক্ষাধিক টকা - hailakandi

হাইলাকান্দিত দিনৰ পোহৰতেই এজন লোকৰ পৰা কাঢ়ি নিলে টকা ভৰ্তি বেগ । হাইলাকান্দিৰ ষ্টেট বেংকৰ সম্মুখত সংঘটিত হৈছে এই ঘটনা ।

হাইলাকান্দিত স্কুটিত অহা চুৰে লুটিলে 5 লক্ষাধিক টকা
author img

By

Published : Aug 2, 2019, 7:48 PM IST

হাইলাক‍ান্দি,2আগষ্টঃ

  • হাইলাক‍ান্দিত দিন দুপৰত চুৰি পাঁচ লক্ষাধিক টকা
  • ষ্টেট বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই আনিছিল সঞ্জয় দে নামৰ লোকজনে
  • সঞ্জয় দে হ'ল হাইলাকান্দিৰ নৰছিংপুৰ চাহ বাগিচাৰ সহ প্ৰবন্ধক
  • বাগিচাৰ শ্ৰমিকৰ সাপ্তাহিক দৰমহাৰ বাবে ষ্টেট বেংকৰ হাইলাকান্দি শাখাৰ পৰা উলিয়াইছিল ধনখিনি
  • কিন্তু বেংকৰ সন্মুখৰ পৰায়েই বগা স্কুটিত অহা 2 যুৱকে লুটি নিয়ে টকাখিনি
  • ইতিমধ্যে হাইলাকান্দি আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগী লোকজনৰ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত

Intro:SLUG :: হাইলাক‍ান্দিত দিনৰ পোহৰত চুৰি পাচ লক্ষাধিক টকা।

Body:O/C :: হাইলাকান্দিত ভয়াবহ ঘটনা। দিনৰ পোহৰতেই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি ললে টকা ভৰ্তি ব্যাগ। হাইলাকান্দিৰ ষ্টেট বেংকৰ সম্মুখত সংঘঠিত হৈছে এই ঘটনা।

Conclusion:
V/O :: পুনৰ দিনৰ পোহৰত ভয়াহব চুৰি কাণ্ড হাইলাকান্দিত। সকলোৰ সম্মুখতে টকা ভৰ্তি ব্যাগ চুৰি কৰি পলাতক যুবক। শুকুৰবাৰে হাইলাকান্দি ষ্টেট ব্যাঙ্কৰ পৰা পাচ লাখ টকা উলাই আনিছিল সঞ্জয় দে নামৰ এই গৰাকী বক্ত্যিয়ে। হাইলাকান্দি জিলাৰ নৰছিংপুৰ চাহ বাগিচাৰ সহ প্ৰবন্ধক এই গৰাকী সঞ্জয় দে। বাগিচাৰ শ্ৰমিকৰ সপ্তাহিক দৰমহাৰ বাবে ষ্টেট বেংকৰ হাইলাকান্দি শাখাৰ পৰা উলিয়াইছিল ধন খিনি। কিন্তু বেংকৰ ঠিক বাহিৰতেই বগা স্কুটিত অহা দুজন যুবকে সকলোৰ চকুৰ সম্মুখতেই লুটি লৈ যায় টকা খিনি। আৰু মুহুৰ্তৰ মাজতেই টকাৰ বেগলৈ পলায়ন কৰে যুবক দুজনে। পিছত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰেজিষ্টাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ যোৱা ১ বছৰৰ ভিতৰত হাইলাকান্দিত পঞ্চমবাৰ এনে টকা ছিনতাইৰ ঘটনা সংঘঠিত হৈছে। কিন্তু আজিলৈকে আৰক্ষীয়ে এজনো দুষ্কৃতিক আটক কৰিবলৈ সক্ষম হোৱা নাই। 

byte :: Sanjay Dey, victim
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.