ETV Bharat / state

হাইলাকান্দিত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1

হাইলাকান্দিত দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় এজন ৷

author img

By

Published : Jun 10, 2019, 7:14 PM IST

HAILAKANDI ROAD ACCIDENT , ONE DEATH
  • হাইলাকান্দিত ভয়াবহ পথ দুৰ্ঘটনা
  • দুখন বাইকৰ মুখামুখি সংঘৰ্ষত তিথাতে নিহত এজন যুৱকৰ লগতে আহত তিনি জন
  • মৃত যুৱক জনৰ নাম বুট্টো সাহু
  • হাইলাকান্দি লালা থানাৰ অৰ্ন্তগত আবদুল্লাপুৰ 154 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা
  • মৃত যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • লগতে আহত তিনিজনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়

Intro:Body:

হাইলাকান্দিত ভয়াবহ সড়ক দূৰৰ্ঘটনা। দুটা বাইকৰ মুখামুখি সংঘৰ্ষত তিথাতে নিহত এজন যুবকৰ লগতে আহত তিনি জন লোক। মৃত যুবক জনৰ নাম বুট্টো সাহু। হাইলাকান্দি লালা থানাৰ অৰ্ন্তগত আবদুল্লাপুৰ ১৫৪ নং জাতীয় সড়কত সংঘটিত হয় এই দুৰৰ্ঘটনা । মৃত যুবকজনক মৰনত্ত পৰীক্ষাৰ বাবে হাইলাকান্দি প্ৰাথমিক অসামৰিক চিকিৎসালয়ত লৈ অনা হয় লগতে আহত তিনি জনক শিলচৰ মেডিকেল কলেজত প্ৰেৰন কৰা হয়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.