হাইলাকান্দি, 3 চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত শনিবাৰে এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত উত্তেজিত একাংশ শ্ৰমিকৰ হাতত গুৰুতৰভাৱে আহত হৈ মৃত্যুবৰণ কৰে চাহ বাগিছাখনৰ চিকিৎসক ডাঃ দেবেন দত্ত । ডাঃ দেবেন দত্তক ৰাজহুৱা ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন মহলে। উক্ত ঘটনাৰ লগতে পূৰ্বতে সংঘটিত ঘটনা সমূহৰ দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৰ্থতা তথা চিকিৎসকৰ নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থাই ৩ ছেপ্তেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪ ছেপ্তেম্বৰৰ পুৱা ৬ বজালৈ জনোৱা কৰ্মবিৰতি কাৰ্যসূচীলৈ সম্পূৰ্ণ সমৰ্থন জনাই মঙলবাৰে হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত পুৱা ৬ টাৰ পৰা হাইলাকান্দি জিলাৰ বিভিন্ন চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলো প্ৰতিবাদ সাব্যস্ত কৰে লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে চিকিৎসালয়j চিকিৎসা কৰ্মী সকলে ।
হাইলাকান্দি সন্তুষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰ্মীৰ প্ৰতিবাদ - অসম চিকিৎসা সেৱা সন্থা
ডাঃ দেবেন দত্তক ৰাজহুৱা ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন মহলে । উক্ত ঘটনাৰ লগতেই পূৰ্বতে সংঘটিত ঘটনা সমূহৰ দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৰ্থতা তথা চিকিৎসকৰ নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থাই ৩ ছেপ্তেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪ ছেপ্তেম্বৰৰ পুৱা ৬ বজালৈ জনাই কৰ্মবিৰতি ৷

হাইলাকান্দি, 3 চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত শনিবাৰে এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত উত্তেজিত একাংশ শ্ৰমিকৰ হাতত গুৰুতৰভাৱে আহত হৈ মৃত্যুবৰণ কৰে চাহ বাগিছাখনৰ চিকিৎসক ডাঃ দেবেন দত্ত । ডাঃ দেবেন দত্তক ৰাজহুৱা ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন মহলে। উক্ত ঘটনাৰ লগতে পূৰ্বতে সংঘটিত ঘটনা সমূহৰ দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৰ্থতা তথা চিকিৎসকৰ নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থাই ৩ ছেপ্তেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪ ছেপ্তেম্বৰৰ পুৱা ৬ বজালৈ জনোৱা কৰ্মবিৰতি কাৰ্যসূচীলৈ সম্পূৰ্ণ সমৰ্থন জনাই মঙলবাৰে হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত পুৱা ৬ টাৰ পৰা হাইলাকান্দি জিলাৰ বিভিন্ন চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলো প্ৰতিবাদ সাব্যস্ত কৰে লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে চিকিৎসালয়j চিকিৎসা কৰ্মী সকলে ।
কৰ্মীৰ প্ৰতিবাদ।
Body:O/C:যোৰহাট জিলাৰ টীয়কস্থিত এ পি পি এলৰ টীয়ক টাটা চাহ বাগিছাৰ চিকিৎসালয়ত শনিবাৰে এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত উত্তেজিত একাংশ শ্ৰমিকৰ হাতত গুৰুতৰভাবে আহত হৈ মৃত্যুবৰণ কৰে চাহ বাগিছাৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ দেবেন দত্ত। ডাঃ দেবেন দত্তক ৰাজহুৱা ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন মহলে।উক্ত ঘটনাৰ লগতেই পূৰ্বতে সংঘটিত ঘটনা সমূহৰ দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৰ্থতা তথা চিকিৎসকৰ নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থাই ৩ ছেপ্তেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪ ছেপ্তেম্বৰৰ পুৱা ৬বজালৈ জনোৱা কৰ্মবিৰতি কাৰ্যসূচীলৈ সম্পূৰ্ণ সমৰ্থন জনাই আজি হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত পুৱা ৬ টাৰ পৰা হাইলাকান্দি জিলাৰ বিভিন্ন চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলো প্ৰতিবাদ সাব্যস্ত কৰে লগতে দোশীক কটোৰ শাস্তি দিয়াৰ দাবি জনাইছে চিকিৎসালয় চিকিৎসা কৰ্মী সকলো।Conclusion: