হাইলাকান্দি, 5 আগষ্ট: হাইলাকান্দি চহৰৰ ৬ নম্বৰ ৱাৰ্ডত সোমবাৰে আয়োজন কৰা হৈছিল এখন বিনামূলীয়া চিকিৎসা শিবিৰ ৷ কলকাতাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ CSRৰ পৰা আয়োজন কৰা হয় এই বিনামূলীয়া শিবিৰটো ৷ এই শিবিৰতে চিকিৎসা কৰিবলৈ আহিছিল সমিত দাস নামৰ এগৰাকী চিকিৎসক। কিন্তু চিকিৎসক গৰাকীৰ লগত নাছিল তেওঁৰ নাম আৰু ডিগ্ৰি উল্লেখ থকা কোন প্ৰিন্ট কৰা প্ৰেছক্ৰিপশ্যন ৷ বগা কাগজত ৰোগীৰ নামৰ বিপৰীতে কেইটামান ঔষধৰ নাম লিখি চিকিৎসক গৰাকীয়ে ৰোগীক প্ৰদান কৰিছিলে ঔষধ ৷ চিকিৎসক সমিত দাসৰ এনে কৰ্মকাণ্ডত সন্দেহ হয় স্থানীয় লোকৰ ৷ কিয়নো চিকিৎসক সমিত দাসে ৰোগীক দিছিল ম্যাদ উকলি যোৱা ঔষধ ৷ স্থানীয় ৰাইজে চিকিৎসক গৰাকীক এই বিষয়ত প্ৰশ্ন কৰিছে যদিও কোনো উত্তৰ নিদিলে চিকিৎসক গৰাকীয়ে ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰি লৈ যায় ৷
হাইলাকান্দিত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক - আৰক্ষী
হাইলাকান্দিত গ্ৰেপ্তাৰ হ'ল ভুৱা চিকিৎসক। চিকিৎসকজনৰ নাম সমিত দাস। দাসৰ পৰা জব্দ হ'ল ম্যাদ উকলি যোৱা বহু ঔষধ ।
হাইলাকান্দি, 5 আগষ্ট: হাইলাকান্দি চহৰৰ ৬ নম্বৰ ৱাৰ্ডত সোমবাৰে আয়োজন কৰা হৈছিল এখন বিনামূলীয়া চিকিৎসা শিবিৰ ৷ কলকাতাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ CSRৰ পৰা আয়োজন কৰা হয় এই বিনামূলীয়া শিবিৰটো ৷ এই শিবিৰতে চিকিৎসা কৰিবলৈ আহিছিল সমিত দাস নামৰ এগৰাকী চিকিৎসক। কিন্তু চিকিৎসক গৰাকীৰ লগত নাছিল তেওঁৰ নাম আৰু ডিগ্ৰি উল্লেখ থকা কোন প্ৰিন্ট কৰা প্ৰেছক্ৰিপশ্যন ৷ বগা কাগজত ৰোগীৰ নামৰ বিপৰীতে কেইটামান ঔষধৰ নাম লিখি চিকিৎসক গৰাকীয়ে ৰোগীক প্ৰদান কৰিছিলে ঔষধ ৷ চিকিৎসক সমিত দাসৰ এনে কৰ্মকাণ্ডত সন্দেহ হয় স্থানীয় লোকৰ ৷ কিয়নো চিকিৎসক সমিত দাসে ৰোগীক দিছিল ম্যাদ উকলি যোৱা ঔষধ ৷ স্থানীয় ৰাইজে চিকিৎসক গৰাকীক এই বিষয়ত প্ৰশ্ন কৰিছে যদিও কোনো উত্তৰ নিদিলে চিকিৎসক গৰাকীয়ে ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰি লৈ যায় ৷
Body:O/C :: হাইলাকান্দিত স্বাস্হ্য শিবিৰত চিকিৎসা কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এগৰাকী ভোৱা চিকিৎসক। ৰাইজৰ প্ৰচেষ্টাত আৰক্ষীৰ জালত পৰিল ভোৱা চিকিৎসক সমিত দাস। লগতে জব্দ হল বিশাল পৰিমাণ expired ঔষধ।
Conclusion:V/O :: হাইলাকান্দি চহৰৰ ৬ নম্বৰ ওৱাৰ্ডত আজি আয়োজন কৰা হৈছিল এখন বিনামূল্যিয়া চিকিৎসা শিবিৰৰ। কলকাতাৰ এটা কনষ্ট্ৰাকশন কোম্পানীৰ CSRৰ পৰা আয়োজন কৰা হৈছিল স্বাস্হ্য শিবিৰখন। কিন্তু শিবিৰত চিকিৎসা কৰিবলৈ আহিছিল সমিত দাস নামৰ এগৰাকী চিকিৎসক। কিন্তু চিকিৎসক গৰাকীৰ লগত নাছিলে তেওঁৰ নাম আৰু ডিগ্ৰি উল্লেখ থকা কোন প্ৰিন্ট কৰা প্যাড। বগা কাগজত ৰোগীৰ নামৰ বিপৰীতে কেইটামান ঔষধৰ নাম লিখি প্ৰদান কৰিছিলে চিকিৎসক গৰাকীয়ে। চিকিৎসক সমিত দাসৰ এনে কৰ্মকাণ্ডয় সন্দেহৰ সৃষ্টি কৰে স্থানীয় ৰাইজৰ মনত। লগতে প্ৰদান কৰা ঔষধৰ অধিকংশ আছিলে ম্যাদ উত্তীৰ্ণ। স্থানীয় ৰাইজে চিকিৎসক গৰাকীক এই বিষয়ত প্ৰশ্ন কৰিলে তেওঁও দিব পৰা নাই কোন উত্তৰ। পিছত ৰাইজে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী আহি স্বাস্হ্য শিবিৰৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যায় ভূয়া চিকিৎসক গৰাকীক।
byte :: local
####