ETV Bharat / state

হিমন্ত বিশ্বৰ নিৰ্দেশত চলে কংগ্ৰেছঃ বদৰুদ্দিন আজমল - কংগ্ৰেছ

হিমন্তৰ কথাত তেওঁৰ অতি ঘনিষ্ঠ আবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছেঃ আজমল ৷ হাইলাক‍ান্দিত আয়োজিত এক নিৰ্বাচনী জনসভাত অংশলৈ এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে এই মন্তব্য কৰে ৷

বদৰুদ্দিন আজমল
author img

By

Published : Apr 2, 2019, 12:46 PM IST

হাইলাকান্দি , 02 এপ্ৰিলঃ"হিমন্ত বিশ্বৰ নিৰ্দেশত চলে কংগ্ৰেছ ৷ হিমন্তৰ কথাত তেওঁৰ অতি ঘনিষ্ঠ আবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে ৷ " সোমবাৰে হাইলাক‍ান্দিত আয়োজিত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে কৰে এই মন্তব্য ৷

নিৰ্বাচনী জনসভাত আজমলক দেখা গ'ল গভীৰ নিদ্ৰাত

আনহাতে এ আই ইউ ডি এফৰ এই নিৰ্বাচনী জনসভাখনত স্বয়ং দলৰ মুৰব্বী গৰাকীক দেখা গ'ল গভীৰ নিদ্ৰাত ৷ সভা চলি থকা অৱস্থাতে আজমল চকীত বহি গভীৰ নিদ্ৰাত থকাৰ দৃশ্য বন্দীহ'ল সাংবাদিকৰ কেমেৰাত । ইপিনে সভাত দেখা গ'ল আন এক দৃশ্য ৷ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰে বক্তব্য প্ৰদান কৰাৰ সময়ত সৃষ্টি হয় এক অনাকাঙ্খিত পৰিস্থিতিৰ। একাংশ দলীয় কৰ্মী সমৰ্থকে বিধায়ক গৰাকীক বক্তব্য দিয়াত বাধা প্ৰদান কৰাৰ ফলত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। অৱশ্যে পৰৱৰ্তী সময়ত বিধায়ক গৰাকীয়ে নিজৰ বক্তব্য সম্পূৰ্ণ কৰিলে ৷

SLUG :: হিমন্ত বিশ্বৰ ইচাৰাত চলে কংগ্ৰেছ: আজমল। 

O/C :: এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত চলে কংগ্ৰেছ। হিমন্তৰ কথাত কংগ্ৰেছে তেওঁ ঘনিষ্ঠ আবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। AIUDF মুৰব্বী বদৰ উদ্দিন আজমলে আগবৰাইছে এই মন্তব্য। 

V/O :: কংগ্ৰেছৰ লগত AIUDFৰ কোন মিত্ৰতা নাই। বিজেপি আৰু কংগ্ৰেছে AIUDF ৰুধিবলৈ কৰিছে মিত্ৰতা। এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ কথাত চলে কংগ্ৰেছ। হিমন্তৰ কথাত তেওঁৰ অতি ঘনিষ্ঠ অাবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে। সোমবাৰ হাইলাক‍ান্দি জিলাত আয়োজিত এক নিৰ্বাচনী জনসভাত অংশলৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগ বৰায় AIUDF মুৰব্বী বদৰ উদ্দিন আজমলে। লগতে BJP ৰাষ্ট্ৰীয় সভাপতি অমিত সাহৰ উত্তৰ পূৰ্বত ২১ খন আসন লাভ কৰাৰ মন্তব্যত তেওঁক ভিখাৰী সম্বুধন কৰি, সকলো ভিখাৰীয়ে স্বপোন দেখাৰ স্বাধীনতা আছে বুলি মন্তব্য কৰে। 

আনফালে, হাইলাকান্দিৰ AIUDFৰ সভাত দেখা গল স্বয়ং দলৰ মুৰব্বীক গভীৰ নিদ্ৰাত। সভা চলি থকা অবস্থাত আজমল চকিত বহি গভীৰ নিদ্ৰাত থকাৰ দৃশ্য বন্দি হল কেমেৰাত। ইপিনে সভাত দেখা গল আন এক দৃশ্য। হাইলাকান্দিৰ বিধায়ক আনোয়াৰ হুচেইন লস্কৰে বক্তব্য প্ৰদান কৰাত আহিলে সৃষ্টি হয় এক অনাকাঙ্খিত পৰিস্হিতিৰ। একংশ দলীয় কৰ্মী সমৰ্থকে বিধায়কক বক্তব্য দিয়াৰ বাধা দিয়াৰ ফলৰ সৃষ্টি হয় উত্তেজনাময় পৰিস্হিতিৰ। পিছত অবশ্য বিধায়কে সম্পূৰ্ণ কৰিলে নিজ বক্তব্য। 

Byte :: Badar Uddin Ajmal

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.