হাইলাকান্দি, 1 মাৰ্চঃ খোৱা পানীৰ নামত ৰোগীক দিয়া হৈছে বৰবিহ ৷ হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত ৰোগীক খোৱা পানীৰ নামত যোগান ধৰা হয় লেতেৰা পানী ৷ চিকিৎসালয়খনৰ ভিতৰত থকা ৰিজাৰ্ভাৰৰ কদৰ্যময় পৰিৱেশে তুলি ধৰিছে পানী যোগান ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ ৷ বহুদিন ধৰি এই লেতেৰা খোৱাৰ বাবে অনুপযোগী পানী খাইয়ে সময় পাৰ কৰিছে বহুতো ৰোগীয়ে ৷ এই ক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ উল্লেখ্য যে, শনিবাৰে হিন্দু জাগৰণ মঞ্চৰ সদস্যসকল চিকিৎসালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষৰ হেমাহিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷
পানীৰ নামত ৰোগীক বৰবিহ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত - হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়
হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত ৰোগীক খোৱা পানীৰ নামত যোগান ধৰা হয় লেতেৰা পানী ৷ চিকিৎসালয়খনৰ ভিতৰত থকা ৰিজাৰ্ভাৰৰ কদৰ্যময় পৰিৱেশে তুলি ধৰিছে পানী যোগান ব্যৱস্থাটোৰ ফোঁপোলাৰূপটোৰ ৷
![পানীৰ নামত ৰোগীক বৰবিহ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত Bad water supplying at SK Ray Civil hospital Hailakandi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6252904-thumbnail-3x2-jhjh.jpg?imwidth=3840)
হাইলাকান্দি, 1 মাৰ্চঃ খোৱা পানীৰ নামত ৰোগীক দিয়া হৈছে বৰবিহ ৷ হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত ৰোগীক খোৱা পানীৰ নামত যোগান ধৰা হয় লেতেৰা পানী ৷ চিকিৎসালয়খনৰ ভিতৰত থকা ৰিজাৰ্ভাৰৰ কদৰ্যময় পৰিৱেশে তুলি ধৰিছে পানী যোগান ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ ৷ বহুদিন ধৰি এই লেতেৰা খোৱাৰ বাবে অনুপযোগী পানী খাইয়ে সময় পাৰ কৰিছে বহুতো ৰোগীয়ে ৷ এই ক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ উল্লেখ্য যে, শনিবাৰে হিন্দু জাগৰণ মঞ্চৰ সদস্যসকল চিকিৎসালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষৰ হেমাহিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷
TAGGED:
হিন্দু জাগৰণ মঞ্চ