ETV Bharat / state

প্ৰশাসনিক অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে হাইলাকন্দিত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Dec 23, 2020, 7:55 PM IST

কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ বুধবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৰিমগঞ্জত উপস্থিত হয় ৷ সেই উদ্দেশ্যে বৰাকৰ তিনিখন জিলাৰ প্ৰশাসনিক ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে হাইলাকান্দিত সভাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

assam-chief-minister-visit-hailakandi-distict
প্ৰশাসনিক অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে হাইলাকন্দিত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

হাইলাকান্দি, 23 ডিচেম্বৰ : বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাইলাকান্দি জিলাত উপস্থিত হয় ৷ বৰাকৰ তিনিখন জিলাৰ প্ৰশাসনিক স্থিতিৰ বুজ লবলৈ হাইলাকান্দিত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

হাইলাকান্দিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে হাইলাকান্দি জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৰাকৰ তিনিখন জিলাৰ জিলা প্ৰশাসনৰ সৈতে এখন সভাত মিলিত হয় ৷ উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী সোণোৱালক সংগ দিয়ে মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য

উল্লেখ্য যে, কৰিমগঞ্জত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ বুধবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৰিমগঞ্জত উপস্থিত হয় ৷ এই ভ্ৰমণৰ মাজতে বৰাকৰ তিনিখন জিলাৰ প্ৰশাসনিক ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে হাইলাকান্দিত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.