ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল - মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল

" হিমন্তৰ সুৰ শুনিলে কণ কণ শিশুৱে ভয় পায় লগতে বাঘ সিংহই ভয় কৰে ৷ ইয়াৰোপৰি বৰ্তমান সময়ত হতাশাগ্রস্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিত অপ্রাসংগিক হৈ পৰিছে বুলিও অনুষ্ঠানত মন্তব্য কৰে আজমলে ।"

হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত বদৰউদ্দিন আজমল
মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল
author img

By

Published : Jan 19, 2020, 3:19 PM IST

হাইলাকান্দি, 19 জানুৱাৰীঃ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাক পগলা বুলি সমালোচনা কৰিলে AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমল । শনিবাৰে হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ এক অনুষ্ঠানত যোগ দিবলৈ আহি সাংবাদিকৰ আগত অসমৰ ৰাজনৈতিক প্ৰসংগত এনে মন্তব্য কৰে আজমলে। তেওঁ কয় যে, "হিমন্তই আজমলৰ আহ্বান আৰু ৰাজনীতি বাদ দি চিনেমা কৰক , তেওঁ এজন ভাল অভিনেতা হ'ব পাৰিব ৷" আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ সৰৱ হৈ পৰে AIUDF ৰ প্ৰধানগৰাকী ৷

"হিমন্তৰ সুৰ শুনিলে কণ-কণ শিশুৱে ভয় খায় লগতে বাঘ সিংহই ভয় কৰে ৷ ইয়াৰোপৰি বৰ্তমান সময়ত হতাশাগ্রস্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিত অপ্রাসংগিক হৈ পৰিছে বুলিও অনুষ্ঠানত মন্তব্য কৰে আজমলে ।"

হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত বদৰউদ্দিন আজমল

আনহাতে অসমত নতুন অঞ্চলিক দল গঠন হ'লে স্বাগতম জনাব বদৰউদ্দিন আজমলে। ইয়োৰপৰি নিজৰ কোনো ধৰণৰ মুখ্যমন্ত্রী হোৱাৰ অভিলাষ নাই বুলিও শনিবাৰৰ অনুষ্ঠানত মন্তব্য কৰে আজমলে।

Intro:Slug:-মুখ্যমন্ত্ৰীৰ গড্ডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্ত!মন্তব্য বদৰউদ্দিন অাজমলৰ।

Body:O/C:-এইবাৰ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাক পগলা বুলি সমালোচনা কৰিলে এআইইউডিএফ সুপ্রিমো বদরউদ্দিন আজমলে । হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ এক অনুষ্ঠানত যোগ দিবলৈ আহি সাংবাদিকৰ আগত অসমৰ ৰাজনৈতিক প্ৰসংগত মাত মাতিবলৈ গৈ এনে মন্তব্য কৰে তেওঁ। আজমলে কয় হিমন্ত বিশ্ব শৰ্মায় সদাই তাক লৈ মন্তব্য কৰি থাকে । হিমন্তকলৈ আজলৰ আজমলৰ আহ্বান ৰাজনীতি বাদ দি সিনেমা কৰক ভাল এজন অভিনেতা হব পাৰিব লগতে কয় যে হিমন্তৰ সুৰ সুনিলে কন কন শিশুএ ভয় পায় অানকি বাঘ সিংহয় ও ভয় কৰে বুলি আশংকা আজমলৰ ।তেওঁৰ মতে আজির দিনত হতাশাগ্রস্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিত অপ্রাসংগিক হৈ পৰিছে । অসমত নতুন অঞ্চলিক দল গঠন হলে স্বাগতম জনাব বদৰ উদ্দিন অাজমলে। সাংবাদিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নেকি উত্তৰত বদৰ উদ্দিন আজমল কয় তেওঁৰ মুখ্যমন্ত্রী হোৱাৰ অভিলাষ নাই যেনেকৈ আছে তেনেকৈ ভাল আছে বুলি যোৱাকালি এক অনুষ্ঠানত মন্তব্য করে আজমলে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.